ETV Bharat / state

ৰাজ্যত বানত মৃতকৰ সংখ্যা 66 লৈ বৃদ্ধি

author img

By

Published : Jul 15, 2020, 10:40 PM IST

অসমত বানত আক্ৰান্ত হৈছে মুঠ 93 টা ৰাহজ চক্ৰৰ অন্তৰ্গত 3,376 খন গাওঁ ৷ 1,27,647.25 হেক্টৰ কৃষিভূমি বানত প্লাবিত হৈছে ৷

অসমত বানত মৃতকৰ সংখ্যা 66 লৈ বৃদ্ধি
অসমত বানত মৃতকৰ সংখ্যা 66 লৈ বৃদ্ধি

নিউজ ডেস্ক, 15 জুলাইঃ অসমত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ বুধবাৰে অসমৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা পুনৰ 7 জন বৃদ্ধি পায় ৷ ইয়াৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 66 জনলৈ ৷

বাতৰি অহাৰ সময়লৈ অসমত বানত আক্ৰান্ত হৈছে মুঠ 93 টা ৰাহজ চক্ৰৰ অন্তৰ্গত 3,376 খন গাওঁ ৷ 1,27,647.25 হেক্টৰ কৃষিভূমি বানত প্লাবিত হৈছে ৷

বন্যাৰ্তৰ সাহাৰ্যাৰ্থে স্থাপন কৰা হৈছে 629 টা আশ্ৰয় শিবিৰ ৷ ডাঙৰ পশুধন আক্ৰান্ত হৈছে 13,88,266 আৰু ক্ষুদ্ৰ পশুধন আক্ৰান্ত হৈছে 8,07,334 ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.