ETV Bharat / state

বানাক্ৰন্তই খালে মাংস ভাত! কিন্তু ক'ত ?

জোনাইত বান শিবিৰত থকা শ শ বন্যাৰ্তক গণশক্তি দলৰ মাংসৰে এসাঁজ ভাত ৷ লগতে বিপিএফে তামুলপুৰ জিলা যুৱ বিপিএফৰ সহযোগত ঔষধযুক্ত আঠুৱা বিতৰণ কৰে ৷

জোনাইৰ বান শিবিৰত মাংস ভাতেৰে বন্যাৰ্তক আপ্যায়ন
author img

By

Published : Jul 19, 2019, 11:41 PM IST

নিউজডেস্ক, ১৯ জুলাইঃ জোনাইত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও শিবিৰৰ পৰা বৰ্তমানেও ঘৰলৈ ঘূৰি যাব পৰা নাই শ শ বন্যাৰ্ত | জোনাইত প্ৰশাসনে স্থাপন কৰা দুখনকৈ আশ্ৰয় শিবিৰত থকা শ শ বনাৰ্ত্যৰ মাজত খাদ্য, খোৱা পানীৰ সংকটতে দেখা দিয়াৰ মাজতে শুকুৰবাৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ গণশক্তি দলৰ কেইবাগৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত থকা প্ৰায় ডেৰশতাধিক বন্যাৰ্তক মাংস ভাতেৰে এসাজ পেট ভৰাই ভাত খোৱাৰ ব্যৱস্থা কৰে ৷

জোনাইৰ বান শিবিৰত মাংস ভাতেৰে বন্যাৰ্তক আপ্যায়ন

ইপিনে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বহু অঞ্চল বুৰ গৈছিল বানত । শুকুৰবাৰে ভাৰত সেৱাশ্ৰম সংঘই বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ মাজত ফেনাইল, ব্লিচিং পাউদাৰ আদি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে । আনহাতে তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ পশ্চিম বালাবাৰী গাঁৱৰ ৰাইজৰ মাজত গোৰেশ্বৰ ব্লক যুৱ বিপিএফে তামুলপুৰ জিলা যুৱ বিপিএফৰ সহযোগত ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰে ৷

Intro:Body:জোনাইত বান শিৱিৰত থকা শ শ বৰ্ণাত্যক গণশক্তি দলৰ মাংসৰে এসাঁজ ভাত

জোনাই ১৯ জুলাই

জোনাইত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও শিবিৰক পৰা আজিও ঘৰলৈ ঘূৰি যাব পৰা নাই শ শ বৰ্ণাত্যই |জোনাইত ভয়ঙ্কৰ বান , মাথাউৰি ভাঙি গৰাখহনীয়াত বহুতো লোকে হেৰুৱাইছে তেওঁলোকৰ মৰমৰ ঘৰখন, বানত সকলো হৈ পৰিছে সৰ্বহাৰা বানৰ কবলত, বানত ঘৰ -বাৰী হেৰুৱাই সৰ্বশান্ত হৈ হিয়া ভাঙি পৰিছে বহুলোকৰ এক দুখময় পৰিবেশৰ মাজতে জোনাইত প্ৰশাসনে স্থাপন কৰা দুখনকৈ আশ্ৰয় শিৱিৰত থকা শ শ বৰ্ণাত্যৰ মাজত খাদ্য, থোৱা পানীৰ সংকটতে দেখা দিয়াৰ মাজতে শুক্ৰবাৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ গণশক্তি দলৰ কেইবাগৰাকীয়ো কাৰ্যনিৰ্বাহক সদস্যৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত থকা প্ৰায় ডেৰশতাধিক বৰ্ণাত্যক মাংস ভাতেৰে এসাজ পেট ভৰাই ভাত খোৱাই|

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.