ETV Bharat / state

অসাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি : নেৰানেপেৰা বৰষুণত ডুবিল মহানগৰী - ETV BHARAT

পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণত ডুবিল অনিল নগৰ , নবীন নগৰ , লাচিত নগৰকে আদি কৰি মহানগৰীৰ ভিন্ন অঞ্চল । যাৰ ফলত সদাব্যস্ত জি এছ ৰোডত তীব্ৰ যান জঁটৰ সৃষ্টি হৈ যমৰ যাতনা ভুগিছে সৰ্বসাধাৰণে ।

guwahati
author img

By

Published : Jun 14, 2019, 1:36 PM IST

গুৱাহাটী,14 জুন : এজাক মুষলধাৰ বৰষুণত পুনৰ ডুবিল মহানগৰী। মহানগৰীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ কৱলত । শুকুৰবাৰে পুৱাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰে জনজীৱন ।

নেৰানেপেৰা বৰষুণত ডুবিল মহানগৰীৰ বিভিন্ন অঞ্চল
শুকুৰবাৰে পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণত ডুবিল অনিল নগৰ , নবীন নগৰ , লাচিত নগৰকে আদি কৰি মহানগৰীৰ ভিন্ন অঞ্চল। যাৰ ফলত সদাব্যস্ত জি এছ ৰোডত তীব্ৰ যান যঁটৰ সৃষ্টি হৈ যমৰ যাতনা ভোগাইছে সৰ্বসাধাৰণক ।

Intro:এজাক মুষলধাৰ বৰষুণত পুনৰ ডুবিল মহানগৰী। মহানগৰীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ কৱলত। পুৱাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰে জনজীৱন।

Body:এজাক মুষলধাৰ বৰষুণত পুনৰ ডুবিল মহানগৰী। শুকুৰবাৰে পুৱাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণত ডুবিল অনিল নগৰ , নবীন নগৰ , লাচিত নগৰকে আদি কৰি মহানগৰীৰ ভিন্ন অঞ্চল। যাৰ ফলত সদাবেষ্ট জি এছ ৰোডত তীব্ৰ যান যঁতৰ সৃষ্টি হৈ যমৰ যাতনা ভোগাইছে সৰ্বসাধাৰণক।

Byte

Conclusion:চৰকাৰ আৰু প্ৰশাসনৰ প্ৰতিশ্ৰুতি পুনৰ ধোঁৱাচাঙত।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.