বকো, 26 আগষ্টঃ সোমবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱত কঠালমুৰী জনজাতীয় যুৱ সংঘ আৰু ভালাডুবি যুৱ সংঘই যৌথ ভাৱে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে ৷ বন মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ বাবে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী দেৱজিৎ কলিতাই ৰোপণৰ বাবে পাঁচ হাজাৰ গছপুলি প্ৰদান কৰে ৷ যুৱ সংঘ দুটাৰ এই পদক্ষেপক শলাগ জনাইছে অঞ্চলটোৰ ৰাইজে ৷
বকোত দুই সংগঠনে ৰুলে পাঁচ হাজাৰ গছ পুলি - কঠালমুৰী জনজাতীয় যুৱ সংঘ
দক্ষিণ কামৰূপৰ ছয়গাঁৱত কঠালমুৰী জনজাতীয় যুৱ সংঘ আৰু ভালাডুবি যুৱ সংঘৰ উদ্যোগত পাঁচ হাজাৰ গছপুলি ৰোপণ ৷
বকোত যুৱ সংঘই ৰুলে পাঁচ হাজাৰ গছ পুলি
বকো, 26 আগষ্টঃ সোমবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱত কঠালমুৰী জনজাতীয় যুৱ সংঘ আৰু ভালাডুবি যুৱ সংঘই যৌথ ভাৱে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে ৷ বন মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ বাবে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী দেৱজিৎ কলিতাই ৰোপণৰ বাবে পাঁচ হাজাৰ গছপুলি প্ৰদান কৰে ৷ যুৱ সংঘ দুটাৰ এই পদক্ষেপক শলাগ জনাইছে অঞ্চলটোৰ ৰাইজে ৷
Intro:Body:দক্ষিণ কামৰূপৰ ছয়গাঁও কঠালমূৰী আৰু ভালাডুবিত অঞ্চলটোৰ দুটা যুৱক সংঘৰ উদ্যোগত এক বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কঠালমূৰী জনজাতীয় যুৱ সংঘ আৰু ভালাডুবি যুৱক সংঘই গ্ৰহণ কৰিছে এই মহৎ কাৰ্যসূচী। গছ ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰা দায়িত্ব গ্ৰহণ কৰে সংঘ দুটাই। গছপুলি যোগান ধৰিছে বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী দেৱজিৎ কলিতাই। বনমহোৎসৱ লগত সংগতি ৰাখি দেৱজিৎ কলিতাই ৫ হাজাৰ গছপুলি ৰোপণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে অাজি এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। পূৰ্বে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছিল দেৱজিৎ কলিতাই।
BYTE_দেৱজিৎ কলিতা।Conclusion:
BYTE_দেৱজিৎ কলিতা।Conclusion: