ETV Bharat / state

হাজোত হজ যাত্ৰীক সম্বৰ্ধনা - ৰুমাল

হাজোৰ পৰা মক্কালৈ অৰ্ধ শতাধিক হজ যাত্ৰী সাজু ৷ সংখ্যা লঘু ছাত্ৰ সন্থাৰ উদ্যোগত হজ যাত্ৰীক সম্বৰ্ধনা ৷ ৰুমাল,কোৰান চৰীফ,গামোচাৰে সম্বৰ্ধনা হজ যাত্ৰীক

হাজোত হজ যাত্ৰীক সম্বৰ্ধনা
author img

By

Published : Jul 1, 2019, 10:41 AM IST

হাজো,1জুলাই : পবিত্ৰ হজ যাত্ৰালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হজ যাত্ৰীসকল মক্কাৰ মদিনালৈ যাবলৈ সাজু হৈ উঠিছে। তীৰ্থ নগৰী হাজোৰ পৰাও অৰ্ধ শতাধিক হজ যাত্ৰী সাজু হৈছে পবিত্ৰ হজ যাত্ৰালৈ। সেয়েহে ৰবিবাৰে হাজোৰ পতনি জামে মজিদ প্ৰাংগণত উত্তৰ-পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু হাজো আঞ্চলিক সমিতিৰ সহযোগত হজ যাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদেশ্যেৰে আয়োজন কৰে এখন সম্বৰ্ধনা সভা। সভাত হজ যাত্ৰীসকলক এখনকৈ ৰুমাল,কোৰান চৰীফ,গামোচা আদিৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও হজ যাত্ৰীসকলৰ পবিত্ৰ হজ যাতে সফল হয় আৰু লগতে বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে ৷

Intro:SLUG- HAJO HAJ JATRA

Date-1-7-3019

Script-পবিত্ৰ হজ যাত্ৰা লৈ মাজত মাত্ৰ কেইটামান দিন বাকী।ৰাজ্য ৰ বিভিন্ন প্ৰান্তৰ হজ যাত্ৰী সকল মক্কা মাদিনা লৈ যাবলৈ সাজু হৈ উঠিছে। তীৰ্থ নগৰী হাজোৰ পৰাও অৰ্ধ শতাধিক হজ যাত্ৰী সাজু হৈছে পবিত্ৰ হজ যাত্ৰা লৈ।আনহাতে ৰবিবাৰে হাজোৰ পতনি জামে মজিদ প্ৰাংগণত উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু হাজো আঞ্চলিক সমিতিৰ সহযোগত হজ যাত্ৰী সকলক সম্বৰ্ধনা জনোবাৰ উদেশ্যৰে আযোজন কৰে এখন সম্বৰ্ধনা সভা।সভাত হজ যাত্ৰী সকলক এখনকৈ ৰুমাল ,কোৰান চাৰীফ,গামোচা আদিৰে সম্বৰ্ধনা জনোৱা হয। ইযাৰ উপৰিও হজ যাত্ৰী সকলৰ পবিত্ৰ হজ্ব যাতে কবুল হয আৰু বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে।

Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.