ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ - Etv Bharat Assam top 10 news

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ-

Etv Bharat Assam 7 am top 10 news
পুৱা 7 বজাৰ শীৰ্ষ বাতৰিসমূহ
author img

By

Published : Jun 5, 2020, 8:59 AM IST

বিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !

আজি বিশ্ব পৰিৱেশ দিৱস ৷ 2020 বৰ্ষত বিশ্ব পৰিবেশ দিৱসৰ মূল বিষয় হৈছে "TIME OF NATURE" ৷ মানৱ জাতিক পৰিবেশ তথা প্ৰকৃতি সংৰক্ষণৰ বিষয়ে সজাগ কৰাৰ বাবেই উদযাপন কৰা হয় এই দিৱস ৷

মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !

শিলচৰত মুখ্যমন্ত্ৰী সোণোৱালক লৈ অসন্তুষ্ট সংবাদকৰ্মী ৷ দিনৰ 12.30 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে অপেক্ষা কৰাৰ পাচতো সম্বোধন নকৰিলে মুখ্যমন্ত্ৰীয়ে ৷ যাৰ ফলত ক্ষোভিত সংবাদকৰ্মীসকলে অনুষ্ঠান বৰ্জন কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি দিয়ে ৷

বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?

অসমীয়া আলোচনী জগতত স্বৰ্ণিল অধ্যায় ৰচনা কৰা "বিস্ময়"ৰ যাত্ৰা । আজিৰ পৰা ৫২ বছৰ পূৰ্বে "বিস্ময়"ক জন্ম দিয়া শশী ফুকন আজি যেন ক্লান্ত ! ভীষণ উদ্বিগ্ন নিজে জন্ম দিয়া,নিজ সন্তানৰ দৰে লালন পালন কৰি ৫২ বছৰীয়া কৰি তোলা "বিস্ময়" ৰ ভৱিষ্যতক লৈ ।

বিশ্বনাথত সাংবাদিকৰ সৈতে মত বিনিময় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক । এই বৈঠকত জিলা প্ৰশাসনৰ লগতে উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,গহপুৰৰ বিধায়ক উৎপল বৰা,তেজপুৰৰ সাংসদ পল্লৱলোচন দাস,অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়,অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ।

কৰ'ণা বিৰোধী যুঁজ : ধেমাজি জিলাৰ পৰিস্থিত পৰ্যবেক্ষণ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !

ধেমাজিত জিলাৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বৃহস্পতিবাৰে নিশা উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বহিঃৰাজ্যৰ পৰা ধেমাজি জিলালৈ অহা ১৮০০ ব্যক্তি কোৱাৰাইণ্টাইন কৰা হৈছে বুলি জনালে মন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসৰ 13 জনৰ দেহত COVID-19

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসত কোৱাৰেণ্টাইন হৈ থকা 13 গৰাকী লোকৰ দেহত নতুনকৈ বৃহস্পতিবাৰে ধৰা পৰে COVID-19 । আটাইকেইজন আক্ৰান্ত লোককে প্ৰেৰণ কৰা হৈছে হাজো মডেল হাস্পতাললৈ । এই লোক কেইজন কৰ'ণা ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰাৰ পাচতেই ছাত্ৰাবাস কেইটা ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।

2.16 মিটাৰ দৈৰ্ঘ্যৰ ধনিয়াৰ পুলিৰে বিশ্ব অভিলেখ উত্তৰাখণ্ডৰ কৃষকৰ !

উত্তৰাখণ্ডৰ আলমোৰাৰ তাৰীখেত উন্নয়ন খণ্ডৰ বিল্লেখ গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষকে ধনিয়া ৰোপন কৰি গীনিজ বুক অৱ ৱৰ্ল্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে । গোপাল দত্ত উপ্ৰেতী নামৰ লোকজনে তেওঁৰ বাগিছাত 2.16 মিটাৰ দৈৰ্ঘ্যৰ এডাল ধনিয়াৰ গছ বিকশিত কৰে যিয়ে বিশ্ব অভিলেখ গঢ়ে । সাংসদ অজয় ভট্টই টুইটযোগে উপ্ৰেতীৰ এই উদ্যোগৰ শলাগ লয় ।

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী গুলীত নিহত উগ্ৰপন্থী !

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ ৷ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে এগৰাকী উগ্ৰপন্থী ৷

নিজস্ব পৰিকল্পনাত চীন, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৃদ্ধি সামৰিক সহযোগিতা !

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দুখন আগশাৰীৰ দেশ হিচাপে ভাৰত আৰু অষ্ট্ৰেলিয়াই মুক্ত, সাৰ্বজনীন আৰু শৃংখলিত এক অঞ্চলৰ প্ৰতি আগ্ৰহী । এই অঞ্চলত সামুদ্ৰিক আৰু আকাশী পথ ব্যৱহাৰৰ স্বাধীনতাৰ লগতে চলাচল আৰু যোগাযোগৰ বাবে মুক্ত, নিৰাপদ আৰু ফলপ্ৰসূ সামুদ্ৰিক পথৰ পোষকতা কৰে ।

বিজয় দেৱৰকোণ্ডাই সহায় কৰিছে 17 হাজাৰতকৈ অধিক পৰিয়ালক

শেহতীয়াকৈ বিজয় দেৱৰকোণ্ডাই নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে এটা প'ষ্ট শ্বেয়াৰ কৰে ৷প'ষ্টটোৰ যোগে তেওঁ জনাই যে, অভিনেতাগৰাকীয়ে তেওঁৰ সংস্থা দ্য দেৱৰকোণ্ডা ফাউণ্ডেছন যোগে বিগত এমাহত বহুত পৰিয়ালক সহায় কৰিছে ৷তেওঁ মুঠ 17,723 টা পৰিয়ালক আৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.