ETV Bharat / state

ডন বস্ক মহাবিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় নাট প্ৰতিযোগিতা

author img

By

Published : Mar 17, 2019, 3:22 PM IST

প্ৰতিযোগিসকলে প্ৰতিযোগিতাত উপস্থাপন কৰে 11 খনকৈ নাটক৷

etv bharat

নিউজ ডেস্ক,17 মাৰ্চ : আজাৰৰ ডন বস্ক মহাবিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় নাট প্ৰতিযোগিতা৷ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে নাট প্ৰতিযোগিতাত৷

don bosco

বিগত বৰ্ষত বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা প্ৰতিযোগিসকলে প্ৰতিযোগিতাত উপস্থাপন কৰে 11 খনকৈ নাটক৷ এই প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম লুইত কন্যা খ্যাত লেখিকা তথা,অভিনেত্ৰী ইলি আহমেড। নাট প্ৰতিযোগিতাখনে যথেষ্ট সমাদৰ লাভ কৰিছে বুলি জানিবলৈ দিয়ে আয়োজকসকলে৷

Slug:-A_Kam_Azara_Don_Bosco_Drama_Competition_801-805_vis+bite_Ajay_Das

আজাৰাৰ Don Bosco কলেজত ড্ৰামা প্ৰতিযোগীতা ।

মহানগৰীৰ আজাৰাস্থিত শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম কঢ়িওৱা Donbosco  কলেজত । আন্ত মহাবিদ্যালয় নাটক প্ৰতিযোগীতা । শিক্ষাৰ্থী সকলোৰ বিভিন্ন প্ৰতিভাৰে সকলোকে চমক দিয়ে । ৰাজ্যৰ বিভিন্ন ঠাইৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে এই ড্ৰামা প্ৰতিযোগীতাখনত । এই প্ৰতিযোগীতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম লুইট কন্যা খ্যাত লেখিকা,পৰিচালিকা,অভিনেত্ৰী,কন্ঠশিল্পী ইলি আহমেড । লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই নাটক প্ৰতিযোগীতাত । নাটক প্ৰতিযোগীতাত বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা শিক্ষাৰ্থীসকলে ১১ খনকৈ নাট উপস্থাপন কৰে ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam
 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.