কামৰূপ, 6 মে': তৃতীয় পৰ্যায়ৰ লক ডাউনৰ মাজত চৰকাৰী নীতি নিৰ্দেশনা পালনৰ মাজেৰে গ্ৰীণ জ'নত আৰম্ভ হৈছে স্বাভাৱিক জীৱন যাত্ৰা । সেয়ে ফেৰী সেৱা আৰম্ভ কৰিবলৈ উত্তৰ গুৱাহাটীৰ ৰাইজৰ অনুৰোধ চৰকাৰলৈ। যোৰহাট-মাজুলীৰ পিছত এইবাৰ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰিছে স্থানীয় ৰাইজে ।
কেতিয়াকৈ আৰম্ভ হ'ব গুৱাহাটী- উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা ! - উত্তৰ গুৱাহাটীতো পুনৰ ফেৰী সেৱা আৰম্ভ
মাজুলীৰ দৰে ৫০% যাত্ৰীৰে গুৱাহাটী-উত্তৰ গুৱাহাটীতো পুনৰ ফেৰী সেৱা আৰম্ভ কৰাৰ পৰামৰ্শ আগবঢ়াই অঞ্চলটোৰ ৰাইজে । দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰীৰ চলাচল ।
![কেতিয়াকৈ আৰম্ভ হ'ব গুৱাহাটী- উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা ! ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7084003-795-7084003-1588759779721.jpg?imwidth=3840)
গুৱাহাটী- উত্তৰ গুৱাহাটীত ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰিছে স্থানীয় ৰাইজৰ
কামৰূপ, 6 মে': তৃতীয় পৰ্যায়ৰ লক ডাউনৰ মাজত চৰকাৰী নীতি নিৰ্দেশনা পালনৰ মাজেৰে গ্ৰীণ জ'নত আৰম্ভ হৈছে স্বাভাৱিক জীৱন যাত্ৰা । সেয়ে ফেৰী সেৱা আৰম্ভ কৰিবলৈ উত্তৰ গুৱাহাটীৰ ৰাইজৰ অনুৰোধ চৰকাৰলৈ। যোৰহাট-মাজুলীৰ পিছত এইবাৰ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰিছে স্থানীয় ৰাইজে ।
গুৱাহাটী-উত্তৰ গুৱাহাটীত ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰিছে স্থানীয় ৰাইজে
গুৱাহাটী-উত্তৰ গুৱাহাটীত ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰিছে স্থানীয় ৰাইজে