ETV Bharat / state

বাইহাটাৰ কলাজল নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Jul 20, 2019, 3:40 PM IST

স্থানীয় মাছমৰীয়াই কলাজল নৈত প্ৰত্যক্ষ কৰে যুৱকৰ মৃতদেহ ৷ শুকুৰবাৰে নৈয়ে উটুৱাই নিছিল যুৱকজনক । যুৱকজন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস

বাইহাটাৰ কলাজল নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ

বাইহাটা চাৰিআলি, 20 জুলাই : বাইহাটা চাৰিআলিৰ কলাজল নদীত মৃতদেহ উদ্ধাৰ ৷ শনিবাৰে পুৱা স্থানীয় মাছমৰীয়া এজনে কলাজল নৈত এটা মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ যুৱকজন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস বুলি চিনাক্ত ৷ ৰাজ্যৰ চৌদিশে বানৰ ভয়াৱহ পৰিস্থিতি অব্যাহত থকাৰ সময়তে বাৰিষাৰ ভৰা নৈয়ে শুকুৰবাৰে উটুৱাই নিছিল যুৱকজনক । শুকুৰবাৰৰ পৰা ভৰা নৈ কলাজলত নিখোজ হৈ আছিল যুৱকজন ৷ নিজ গাঁৱৰে এজন মৃত ব্যক্তিৰ সৎকাৰ কৰি আহি এই দুৰ্ঘটনাত পতিত হৈছিল হিৰক জ্যোতি দাস । আজি স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে নৈ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ ৷

Intro:Bajhata Youth Dead Body Recover

V/O:---ৰাজ্যৰ চৌদিশে বান পানীৰ ভয়াবহ পৰিস্থিতি অব্যাহত থকাৰ সময়তে বাৰিষাৰ ভৰা নৈয়ে শুক্ৰবাৰে উঠুৱাই নিছিল এজন যুৱকক । বাইহাটা চাৰিআলিৰ বিহদিয়াৰ ধনাখণ্ডা আচনিৰ সমীপত কলাজল নদীত ভৰি ধুবলৈ যাওতে উটি গৈছিল যুৱক জন। শুক্ৰবাৰৰ পৰা ভৰা নৈ কলাজলত নিখোজ হৈ আছিল যুৱক জন। যুবক জন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস । নিজ গাঁৱৰে এজন মৃত ব্যক্তিৰ শতকাৰ কৰি আহি এই দুৰ্ঘটনাত পতিত হৈছিল ।আজি পুৱাই স্থানীয় মাছ মৰীয়া এজনে ভৰা নৈ কলাজলৰ ধনাখণ্ডা আচনিৰ সমীপত মৃত দেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়াত স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বাইট:---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.