ETV Bharat / state

কামৰূপত বিহুৰ সমানে উদযাপিত হৈছে সুঁৱৰি - কামৰূপ

দধিমন্থনৰ উদ্দেশ্য হ'ল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুঁৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাল গোপালক খোৱা বস্ত দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰৱাদ চলি আহিছে ৷

দধিমন্থনৰ উদ্দেশ্য হল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাৰ গোপালক খোৱা বস্ত দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰবাদ চলি আহিছে ৷
author img

By

Published : May 2, 2019, 1:03 PM IST

নিউজ ডেস্ক, 2 মে’: ৰাজ্যত ৰঙালী বিহু উদযাপনৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ বিভিন্ন স্থানত উদযাপিত হৈ আহিছে পৰম্পৰাগত দধিমন্থন উৎসৱ ৷ ৰঙালী বিহুৰ উদযাপনৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ বিভিন্ন গাঁৱত উদযাপিত হৈ আহিছে পৰম্পৰাগত দধিমন্থন উৎসৱ ৷ বিশেষকৈ ছয়গাঁও অঞ্চলত পহিলা বহাগৰ পৰা উদযাপিত হৈ আহিছে এই দধিমন্থন উৎসৱ । মূলত ভগৱান শ্ৰীকৃষ্ণৰ শিশু কালৰ লীলা তথা গোপ-গোপী সকলে কৰা দধিমন্থনক প্ৰতীকি হিচাপে লৈ সম্পূৰ্ণ ধৰ্মীয়ভাৱে উদযাপন কৰা হয় এই দধিমন্থন উৎসৱ ৷ দধিমন্থনৰ দিনা পুৱা কৃষ্ণ আৰু বলোৰাম সহ বাৰ গোপালক আদৰি আনি এক আছুতীয়া আসনত বহুওৱা কৰা হয় ৷ বাৰ গোপাল সকলক মহিলা-পুৰুষ উভয়ে সেৱা জনাই আশীৰ্বাদ লয় ৷ দধিমন্থনৰ আগেয়ে দৰ্শকৰ আমোদৰ বাবে এখন ধৰ্মীয় নৃত্য নাটিকাও প্ৰদৰ্শন কৰা হয় ৷

দধিমন্থনৰ উদ্দেশ্য হল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাৰ গোপালক খোৱা বস্ত দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰবাদ চলি আহিছে ৷

লগতে পঢ়ক: ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক; বৃদ্ধক গণপ্ৰহাৰ

উল্লেখ যোগ্য যে দধিমন্থনৰ উদ্দেশ্য হল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুঁৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাল গোপালক খাদ্য বস্তু দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰৱাদ চলি আহিছে ৷

Intro:ৰাজ্যত ৰঙালী বিহু উদযাপৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ বিভিন্ন স্থানত উদযাপিত হৈ আহিছে পৰম্পৰাগত দধিমন্থন উৎসৱ ৷Body:বৰ্তমান ৰাজ্যত চলি আছে ৰঙালী বিহুৰ উদ্মাদনা ৷ৰঙালী বিহুৰ উদযাপনৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ বিভিন্ন গাঁৱত উদযাপিত হৈ আহিছে পৰম্পৰাগত দধিমন্থন উৎসৱ৷ বিশেষকৈ ছয়গাঁও অঞ্চলত পহিলা বহাগৰ পৰা উদযাপিত হৈ আহিছে এই দধিমন্থন উৎসৱ। মূলত ভগৱান শ্ৰীকৃষ্ণৰ শিশু কালৰ লীলা তথা গোপ গোপী সকলে কৰা দধিমন্থনক প্ৰতীকি হিচাপে লৈ সম্পূৰ্ণ ধৰ্মীয়ভাৱে উদযাপন কৰা হয় এই দধিমন্থন উৎসৱ ৷ দধিমন্থনৰ দিনা পুৱা কৃষ্ণ আৰু বলোৰাম সহ বাৰ গোপালক আদৰি আনি এক আছুতীয়া আসনত বহুৱাই থোৱা হয় ৷ বাৰ গোপাল সকলক মহিলা পুৰুষ সকলে সেৱা জনাই আশীৰ্বাদ লয় ৷ দধিমন্থনৰ আগেয়ে দৰ্শকৰ আমোদৰ বাবে এখন ধৰ্মীয় নৃত্য নাটিকাও প্ৰদৰ্শন কৰা হয় ৷Conclusion:উল্লেখ যোগ্য যে দধিমন্থনৰ উদ্দেশ্য হল স্মৰণ কৰা আৰু সেই বাবে দধিমন্থনক সুৱৰি উৎসৱ বুলিও কোৱা হয় ৷ দধিমন্থনত বাৰ গোপালক সোৱা বস্ত দিলে মনৰ আশা পুৰণ হয় বুলিও এক প্ৰবাদ চলি আহিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.