ETV Bharat / state

বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ছাটাবাৰী বাঘৰদিয়াত বিহু উদযাপন

গোসাঁই বিহুৰ দিনাই ২নং ছাটাবাৰী বাঘৰদিয়া গাঁৱত সুঁৱৰি উৎসৱ আৰু ব’হাগ বিহুৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন । এই সোণালী জয়ন্তী বৰ্ষ উপলক্ষে স্থানীয় ৰাইজে উলিয়াই এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ।

বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ছাটাবাৰী বাঘৰদিয়াত বিহু উদযাপন
বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ছাটাবাৰী বাঘৰদিয়াত বিহু উদযাপন
author img

By

Published : Apr 16, 2021, 5:18 PM IST

বকো, 16এপ্ৰিল: গোসাঁই বিহুৰ দিনাই ২নং ছাটাবাৰী বাঘৰদিয়া গাঁৱত সুঁৱৰি উৎসৱ আৰু ব’হাগ বিহুৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন । এই সোণালী জয়ন্তী বৰ্ষ উপলক্ষে স্থানীয় ৰাইজে উলিয়াই এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ।

বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ছাটাবাৰী বাঘৰদিয়াত বিহু উদযাপন

বিগত ১৫ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা এই সোণালী জয়ন্তী অনুষ্ঠান । মূলতঃ শোভাযাত্ৰাৰ সন্মুখত ভাগৱত আৰু হাতীৰ লগতে ঢোলীয়া, হুঁচৰি দল, ওজাপালি, বিভিন্ন জনজাতীয় কৃষ্টি দল যেনে বড়ো, ৰাভা, চাহ বাগানীয়া আদি বাৰেৰহণীয়া কলা-কৃষ্টিৰে লগতে বিভিন্ন দেৱ দেৱতাৰ আৰু মানৱ প্ৰতিমাৰ সৈতে স্থানীয় ৰাইজে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, এই শোভাযাত্ৰাত স্থান পাই ক’ৰ’না মহামাৰীও । ৰাইজক ক’ৰ’না মহামাৰীৰ সন্ত্ৰাসৰ বিষয়ে জনোৱাৰ বাবে ক’ৰ’নাৰ মানৱ প্ৰতিমা সজাই ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰে এই শোভাযাত্ৰাত ।

লগতে পঢ়ক: ক'ৰণা কালত বিহু পাতিবলৈ দিয়াক লৈ প্ৰশ্ন মানস ৰবীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.