ETV Bharat / state

ৰঙিয়া ৰে’ল জংচনত বহিঃৰাজ্যৰ যাত্ৰীৰ ক’ভিড পৰীক্ষা

ৰঙিয়া ৰে’ল জংচনত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ ক’ভিড পৰীক্ষা মহকুমা প্ৰশাসনৰ ৷ বৰ্তমানলৈকে জংচনত কোনো যাত্ৰীৰ দেহত ধৰা পৰা নাই ক’ভিডৰ অৱস্থিতি ৷

covid-test-at-rangia
ৰঙিয়া ৰে’ল জংচনত ক’ভিড পৰীক্ষা
author img

By

Published : Apr 19, 2021, 12:07 PM IST

ৰঙিয়া,19 এপ্ৰিল : ৰঙিয়া ৰে’ল জংচনত চলিছে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ ক’ভিড পৰীক্ষা ৷ ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰঙিয়া মহকুমা প্ৰশাসনে ৷

প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা ৰে’লযোগে ৰঙিয়া জংচনত উপস্থিত হোৱা 300-400 গৰাকী যাত্ৰীক ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় ৷ অৱশ্যে বহিঃৰাজ্যৰ পৰা অহা ৰে’লযাত্ৰীসকলৰ দেহত বৰ্তমানলৈকে ধৰা পৰা নাই ক’ভিডৰ অৱস্থিতি ৷

ৰঙিয়া ৰে’ল জংচনত ক’ভিড পৰীক্ষা

ৰে’ল জংচনত সকলোকে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে । যদি কোনো যাত্ৰীয়ে মাস্ক পৰিধান নকৰে তেন্তে জৰিমনা বিহা হ’ব বুলি প্ৰশাসনে সদৰি কৰে ৷

লগতে পঢ়ক : ক’ভিডক লৈ কঠোৰ হৈছে বিলাসীপাৰা আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.