ETV Bharat / state

মৈয়েত্ৰী আঁচনিৰে আজাৰা আৰক্ষী থানাক নতুন ৰূপ - তপন গগৈ

আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই মৈয়েত্ৰী আঁচনিৰ অধীনত থানাসমূহত থাকিব অত্যাধুনিক সা-সুবিধা, মহিলা আৰু শিশুৰ বাবে থাকিব বিশেষ সুবিধা, থাকিব চাইবাৰ চেল ।

আজাৰা আৰক্ষী থানাক নতুন ৰূপ
author img

By

Published : Jul 15, 2019, 8:37 PM IST

গুৱাহাটী, 15 জুলাই : মৈয়েত্ৰী আঁচনিৰ অধীনত নিৰ্মিত আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বিগত বাজেট অধিৱেশনত লোৱা প্ৰস্তাৱ অনুসৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজত সু-সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে মৈয়েত্ৰী আঁচনিৰ জৰিয়তে অসমৰ আৰক্ষী থানাসমূহৰ ভৱন সমূহক নতুন ৰূপ দিয়াৰ যি আঁচনি গ্ৰহণ কৰা হৈছিল সেই আঁচনিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে আজাৰা আৰক্ষী থানাত ৷

আজাৰা আৰক্ষী থানাক নতুন ৰূপ

এই মৈয়েত্ৰী আঁচনিৰ অধীনত ভৱনৰ উপৰিও থানাসমূহত থাকিব অত্যাধুনিক সা-সুবিধা। মহিলা আৰু শিশুৰ বাবেও এই থানাসমূহত থাকিব বিশেষ সুবিধা লগতে থাকিব চাইবাৰ চেল। এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও গুৱাহাটী আৰু যোৰহাট লোকসভাৰ সাংসদ কুইন ওজা আৰু তপন গগৈ,আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

উল্লেখ্য যে মৈয়েত্ৰী আচনিৰ অধীনত এই থানাসমুহত থাকিব মহিলা আৰু শিশু প্ৰশাখা,সভাকক্ষ,পুৰুষ মহিলা আৰক্ষী বিষয়াৰ জিৰণী জোঠা,আৰক্ষী বেৰেক,অগ্নি নিৰ্বাপন ব্যৱস্থা, স্থানীয়ভাৱে উপলব্ধ বাহৰ সামগ্ৰী,দৰ্শনাৰ্থীৰ বাবে প্ৰশাধনযুক্ত জিৰণী কোঠা ইত্যাদি ৷

Intro:মৈয়েত্ৰী আচনিৰ অধীনত নিৰ্মিত আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।Body:Vo..মৈয়েত্ৰী আচনিৰ অধীনত নিৰ্মিত আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । যোৱা বাজেট অধিৱেশনত লোৱা প্ৰস্তাৱ অনুসৰি আৰক্ষী আৰু জনসাধাৰনৰ মাজত সু-সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে মৈয়েত্ৰী আচনিৰ জৰিয়তে অসমৰ আৰক্ষী থানা সমুহৰ ভৱনসমুহ নৱনিৰ্মিত ৰূপত ৰূপ দিয়াৰ যি আচনি ঘোষণা কৰিছিল সেই মৈয়েত্ৰী আচনিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰিলে আজাৰা আৰক্ষী থানাত । এই মৈয়েত্ৰী আচনিৰ জড়িয়তে ভৱনৰ উপৰিও থানা সমুহত থাকিব অত্যাধুনিক সা-সুবিধা । মহিলা আৰু শিশুৰ বাবেও এই থানাসমুহত থাকিব বিশেষ সুবিধা থকাৰ উপৰিও চাইবাৰ চেলও অন্তৰ্ভুক্ত কৰা হৈছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজাৰা আৰক্ষী থানাখনক জনসাধাৰণৰ সকলো দিশৰ পৰা সকাহ দিবলৈ প্ৰতিপল সষ্টম হৈ থাকিবলৈ আহ্বান জনাই । কিয়ণো থানাখনৰ অন্তৰ্গত এটি বৃহৎ অঞ্চল থকাৰ লগতে এখন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে । আজি থানাখন আনুষ্ঠানিক উদ্ধোধন কৰি থানাখন পৰ্যবেক্ষণ কৰে । আজিৰ এই উদ্ধোধনী অনুস্থানত মুখ্যমন্ত্ৰীৰ ওপৰিও গুৱাহাটী আৰু যোৰহাট লোকসভাৰ সাংসদ কুইন ওজা আৰু তপন গগৈ,আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেষ গোস্বামীৰ লগতে বহু উচ্চ পদস্থ বিষয়া ।

Bite1..CM
Conclusion:উল্লেখ্য যে মৈয়েত্ৰী আচনিৰ অধীনত এই থানাসমুহত থাকিব মহিলা আৰু শিশু প্ৰশাখা,সভাকক্ষ,পুৰুষ মহিলা আৰক্ষী বিষয়াৰ জিৰণী জোঠা,আৰক্ষী বেৰেক,অগ্নি নিৰ্বাপণ ব্যৱস্থা,স্থানীয়ভাৱে উপলদ্ধ বাহৰ সামগ্ৰী,দৰ্শনাৰ্থীৰ বাবে প্ৰসাধনযুক্ত জিৰণী কোঠা,পেয় জল,চাৰিসীমাৰ পকীবেৰ,পকীঘৰৰ চাদত সৌৰশক্তি,জৈৱপচনশক্তিযুক্ত চেপটিক টেংক,মেঘজল আহৰন,মান নিয়ন্ত্ৰণৰ বাবে তৃতীয় পক্ষৰ পৰিদৰ্শনৰ লগতে বহুতো ব্যৱস্থা ।

Bite2&3..DGP&police commissioner

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.