ETV Bharat / state

আমিনগাঁৱত অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ প্ৰতিবাদ

বিগত ২ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ চাকৰি নিয়মীয়াকৰণৰ দাবীত আমিনগাঁৱস্থিত বৈদ্যুতিক উপ সংমণ্ডৰ অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ পালন কৰিছে এসপ্তাহজোৰা কৰ্মবিৰতি ৷

অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থা
আমিনগাঁৱত অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Dec 5, 2019, 4:12 PM IST

কামৰূপ, 5 ডিচেম্বৰঃ চাকৰি নিয়মীয়া কাৰণ দাবীত আমিনগাঁৱত অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ এসপ্তাহজোৰা কৰ্মবিৰতি। দাবী মানি নল'লে অসহযোগ আন্দোলনৰ হুংকাৰ আমিনগাঁও অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ।

আমিনগাঁৱত অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰৰ অধীনষ্ঠ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দৰে এটা বিয়াগোম বিভাগত স্থায়ী কৰ্মচাৰীৰ অভাৱত বিভাগীয় কৰ্তৃপক্ষই অস্থায়ী কৰ্মচাৰীৰ দ্বাৰা বিভাগীয় কাম কাজ চলাই আহিছে। বিগত ২ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ চাকৰি নিয়মীয়াকৰণৰ দাবীত আমিনগাঁৱস্থিত বৈদ্যুতিক উপ সংমণ্ডৰ অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাই পালন কৰিছে এসপ্তাহজোৰা কৰ্মবিৰতি।

ইফালে এই প্ৰতিবাদ কাৰ্যসূচীৰ সময়ৰ ভিতৰত যদি বিভাগীয় কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে অহা 8 ডিচেম্বৰত বিজুলী ভৱনৰ সন্মুখত আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকৰী সকলে।

লগতে চাওকঃফাঁচী কাঠত ওলমিল সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অগপ নেতৃত্ব

Intro:👉 চাকৰি নিয়মীয়া কাৰণ দাবীত আমিনগাঁওত অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ এসপ্তাহজোৰা কৰ্মবিৰতী।

👉দাবী মানি নললে অসহযোগ আন্দোলনৰ হু্ংমকাৰ আমিনগাঁওত অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ ।

Body:ৰাজ্য চৰকাৰৰ অধীনস্থ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ৰ দৰে এটা বিয়াগোম বিভাগত স্থায়ী কৰ্মচাৰীৰ
অভাৱত বিভাগীয় কৰ্তৃপক্ষই অস্থায়ী কৰ্মচাৰীৰ দ্বাৰা বিভাগীয় কাম কাজ চলাই আহিছে। যোৱা ২ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ চাকৰি নিয়মীয়াকৰণৰ দাবীত আমিনগাঁওবস্থিত বৈদ্যুতিক উপ সংমণ্ডৰ অস্থায়ী ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ পালন কৰিছে এসপ্তাহজোৰা কৰ্মবিৰতী।

Conclusion:ইফালে এই প্ৰতিবাদ কাৰ্যসূচীৰ সময়ৰ ভিতৰতে যদি বিভাগীয় কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে অহা ৮ ডিচেম্বৰত বিজুলী ভৱনৰ সন্মুখত আমৰণ অনশনৰ কায্যসূচী গ্ৰহণ কৰিব বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকৰি সকলে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.