ETV Bharat / state

অসম কংগ্ৰেছত আৰম্ভ হৈছে নেকি খহনীয়া ! - আভ্যন্তৰীন সংঘাট

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদৰ নিলম্বনৰ পিচতে প্ৰদেশ কংগ্ৰেছত সৃষ্টি হৈছে আভ্যন্তৰীন সংঘাট ৷ মঙলবাৰে নিশা হাজোত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদৰ পিচত বুধবাৰে পুনৰ হাজো কংগ্ৰেছৰ দলটোৱে প্ৰতিবাদ কৰিবলৈ যাঁওতে বাধা দিয়ে শুৱালকুছি কংগ্ৰেছ কৰ্মীয়ে ৷ আমিনগাঁৱৰ ৰাজীৱ ভৱনৰ সন্মুখত হাজো ব্লক কংগ্ৰেছৰ শতাধিক কৰ্মীক আবদ্ধ কৰি ৰাখে শুৱালকুছি ব্লক কংগ্ৰেছ কৰ্মীয়ে ৷

অসম কংগ্ৰেছত আৰম্ভ হৈছে নেকি খহনীয়া !
author img

By

Published : Jul 31, 2019, 6:46 PM IST

আমিনগাঁও, 31 জুলাইঃ অসম প্ৰদেশত আৰম্ভ হৈছে ভয়ংকৰ খহনীয়া ৷ একাংশ নেতাৰ স্বাৰ্থলোভী নেতৃত্বৰ বাবেই একালৰ শক্তিশালী দলটোৱে এতিয়া অসমতো ভেটি হেৰুওৱাৰ উপক্ৰম ঘটিছে ৷ একাংশ দালালৰূপী নেতা আৰু প্ৰাক্তন মন্ত্ৰী-বিধায়কৰ স্বেচ্ছাচাৰিতাই অসম প্ৰদেশ কংগ্ৰেছক এফালৰ পৰা জোকাৰি গৈছে ৷ শেহতীয়াকৈ দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত নিলম্বন কৰা হয় দুলু আহমেদক। এই কাৰ্যৰ প্ৰতিবাদ কৰিবলৈ যাঁওতেই দুই কংগ্ৰেছী গোটৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ ৷ বুধবাৰে আমিনগাঁওত হাজো ব্লক কংগ্ৰেছ কৰ্মীসকলক বহুসময় ধৰি আবদ্ধ কৰি ৰাখে ৰকিবুল বাহিনীয়ে ৷ ইয়াকৈ লৈ আমিনগাঁওস্থিত ৰাজীৱ ভৱনৰ সন্মুখত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷

অসম কংগ্ৰেছত আৰম্ভ হৈছে নেকি খহনীয়া !

উল্লেখ্য ৰকিবুলৰ অন্যতম সহযোগী আছিল দুলু আহমেদ ৷ ছচিয়েল মিডিয়াত মুকলিকৈ দলৰ কথা আলোচনা কৰিছিল দুলু আহমেদে । বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী আখ্যা দিছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে।

Intro:কংগ্ৰেছ নেতা দুলু আহমেদৰ নিলাম্বন প্ৰত্যাহাৰৰ কৰাৰ দাবীত হাজো শতাধি কংগ্ৰেছ কৰ্মীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক স্মাৰক পত্ৰ দিবলৈ যোৱাৰ পথত বাধা জালুকবাৰী কংগ্ৰেছ কৰ্মীৰ।

Body: কংগ্ৰেছ দলত আৰম্ভ হৈছে খহনীয়া। কংগ্ৰেছ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ।আমিনগাঁও ৰ ৰাজীৱ ভৱনত হুলস্থুলীয়া পৰিবেশ ।কংগ্ৰেছ নেতা দুলু আহমেদৰ নিলাম্বন প্ৰত্যাহাৰৰ কৰাৰ দাবীত হাজো শতাধি কংগ্ৰেছ কৰ্মীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক স্মাৰক পত্ৰ দিবলৈ যোৱাৰ পথত বাধা জালুকবাৰী কংগ্ৰেছ কৰ্মীৰ।দুলু আহমেদৰ নিলাম্বন প্ৰত্যাহাৰৰ বাবে
হাজো কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিব প্ৰতিবাদ।শতাধিক হাজো ব্লক কংগ্ৰেছৰ কৰ্মীক জালুকবাৰী কংগ্ৰেছ কৰ্মীয়ে
বাহন সহ আবদ্ধ কৰি ৰাখে ।

Conclusion:জালুকবাৰী কংগ্ৰেছ কৰ্মীয়ে শান্তি আলোচনাৰ বাবে আবদ্ধ কৰে যদিও মান্তি নহয় হাজো ব্লক কংগ্ৰেছে ।
অৱশেষত আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিত সাম কাতে
হুলস্থুলীয়া পৰিবেশ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.