ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীত ৰঙিয়াত চিটুৰ উত্তাল প্ৰতিবাদ - শ্ৰমিক বিৰোধী শ্ৰম আইন

দিল্লীৰ কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ৰঙিয়াত চিটুয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক আটক কৰি হৰদত্ত-বীৰদত্ত ভৱনলৈ লৈ যায় ৷

CITU PROTEST IN RANGIA
ৰঙিয়াত চিটুৰ উত্তাল প্ৰতিবাদ প্ৰতিবাদ
author img

By

Published : Jan 7, 2021, 2:30 PM IST

ৰঙিয়া,7জানুৱাৰী:দিল্লীৰ কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো চিটুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কৃষি আইন বাতিল আৰু শ্ৰমিক বিৰোধী শ্ৰম আইনসমূহৰ সংস্কাৰ বন্ধ কৰাৰ দাবীত চিটুৱে বৃহস্পতিবাৰে আইন অমান্য আন্দোলন কৰে ৷ প্ৰতিবাদকাৰী সকলে ৰঙিয়াৰ শ্ৰমিক ভৱনৰ পৰা ৰঙিয়াৰ মুখ্য ডাকঘৰলৈ সমদল উলিয়ায় ৷

ৰঙিয়াত চিটুৰ উত্তাল প্ৰতিবাদ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ তদুপৰি প্ৰতিবাদৰ সময়ছোৱাত চিটুৰ কৰ্মীসকলে ডাকঘৰত উপভোক্তা ৰাইজৰ প্ৰৱেশ বন্ধ কৰি দিয়ে ৷ আনহাতে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি হৰদত্ত-বীৰদত্ত ভৱনলৈ লৈ যায় ৷

লগতে পঢ়কঃ জামিন নাপালে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.