ETV Bharat / state

মহানগৰীৰ ব্য়ৱসায়ীক প্ৰতিস্থানত উত্তপ্ত পৰিস্থিতি - লাচিত নগৰ

সুনন্দ সোণোৱাল নামৰ এজন কৰ্মচাৰীক অপব্যৱহাৰ কৰাক লৈ সৃষ্টি হয় বাক-বিতণ্ডাৰ

ETV BHARAT
author img

By

Published : Feb 3, 2019, 7:57 PM IST

গুৱাহাটী , ৩ ফেব্ৰুৱাৰী : মহানগৰীৰ লাচিত নগৰৰ ব্যৱসায়ীক প্ৰতিস্থানৰ দুই ফৈদৰ মাজত বাক বিতণ্ডা । দে উপাধিৰ এজন স্তৰ মেনেজাৰে সুনন্দ সোণোৱাল নামৰ এজন কৰ্মচাৰীক অপব্যৱহাৰ কৰাক লৈ সৃষ্টি হয় বাক-বিতণ্ডাৰ ।

RELIANCE TRENDS
undefined

দুই ফৈদৰ মাজত সৃষ্টি হোৱা বাক বিতণ্ডাক কেন্দ্ৰ কৰি অন্যান্য কৰ্মচাৰীসকলে কিছু সময়ৰ বাবে বন্ধ কৰি দিয়ে ব্যৱসায়ীক প্ৰতিস্থানটো । অৱশ্যে ব্যৱসায়ীক প্ৰতিস্তানটোৱে বিনা দোষত কৰ্মচাৰীজনক অপব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰি দে উপাধিৰ স্তৰ মেনেজাৰজনক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Intro:মহানগৰীৰ লাচিত নগৰৰ এখন ব্যৱসাহীক প্ৰতিষ্ঠানত উত্তপ্ত পৰিস্থিতি । এগৰাকী কৰ্মচাৰীক স্তৰ মেনেজাৰে বেয়া ব্যৱহাৰৰ কৰক লৈ সৃষ্টি হয় এই পৰিবেশৰ । কৰ্মকছাৰী সকলে বন্ধ কৰিদিয়ে ব্যৱসায় প্ৰতিষ্ঠানটো । দে উপাধিৰ স্তৰ মেনেজাৰে জনে কৰ্মচাৰী সুনন্দ শুনোৱালক অপব্যৱহাৰ কৰাৰ লগতে গালি গলাজ কৰি কামৰ পৰা অব্যহতি দিয়া চেষ্টা কৰিছিল । যাৰ বাবে সৃষ্টি হয় এই পৰিবেশৰ ।

Body:মহানগৰীৰ লাচিত নগৰৰ এখন ব্যৱসাহীক প্ৰতিষ্ঠানত উত্তপ্ত পৰিস্থিতি । এগৰাকী কৰ্মচাৰীক স্তৰ মেনেজাৰে বেয়া ব্যৱহাৰৰ কৰক লৈ সৃষ্টি হয় এই পৰিবেশৰ । কৰ্মকছাৰী সকলে বন্ধ কৰিদিয়ে ব্যৱসায় প্ৰতিষ্ঠানটো । দে উপাধিৰ স্তৰ মেনেজাৰে জনে কৰ্মচাৰী সুনন্দ শুনোৱালক অপব্যৱহাৰ কৰাৰ লগতে গালি গলাজ কৰি কামৰ পৰা অব্যহতি দিয়া চেষ্টা কৰিছিল । যাৰ বাবে সৃষ্টি হয় এই পৰিবেশৰ ।

Conclusion:Asrar Ansari গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.