ETV Bharat / state

কৰ'ণাত আক্ৰান্ত GMCHৰ লেব টেকনিচিয়ান - কৰ'ণা

COVID-19ত আক্ৰান্ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ লেব টেকনিচিয়ান বিচিত্ৰ নাথ ৷

Corona positive
কৰ'ণা
author img

By

Published : Jun 11, 2020, 7:56 PM IST

বাইহাটা, 11 জুনঃ

  • ৰাজ্যৰ এজনৰ পাছত আনজন স্বাস্থ্যকৰ্মীৰ দেহত কৰ'ণাৰ উপস্থিতি
  • COVID 19 ত আক্ৰান্ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ লেব টেকনিচিয়ান বিচিত্ৰ নাথ
  • বিচিত্ৰ নাথৰ ঘৰ কামৰূপৰ চাংসাৰীত
  • চাৰিদিন পূৰ্বে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছিল বিচিত্ৰ নাথৰ স্বাৱ
  • ইতিমধ্যে GMCH লৈ বিচিত্ৰ নাথক প্ৰেৰণ
  • বিচিত্ৰ নাথৰ বাসগৃহত উপস্থিত আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক
  • সমগ্ৰ অঞ্চলটো কনটেইন্টমেন জ'ন ঘোষণা প্ৰশাসনৰ
    কৰ'ণাত আক্ৰান্ত GMCH ৰ লেব টেকনিচিয়ান

    লগতে পঢ়কঃ টেলিকম বিভাগৰ পৰা এজিআৰৰ বাবে ধনৰাশিৰ দাবী উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.