ETV Bharat / state

গুৱাহাটীত 50 বিঘা মাটি বিচাৰি হাবাথুৰি খাইছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ! - ভৱেশ কলিতা

উত্তৰ পূৰ্ৱাঞ্চলত কেন্দ্ৰীয় খাদ্য প্ৰস্তুত কৰণ আৰু লঘু উদ্যোগ স্থাপনৰ বাবে ৰঙিয়াৰ তুলসীবাৰীত থকা কৃষি ফাৰ্মৰ ভূমি পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । ভূমি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ বাবে ৫০ বিঘা ভূমিৰ প্ৰয়োজন হ'ব বুলি দোহাৰি প্ৰতিষ্ঠানটোৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল বিশেষ ভাবে উপকৃত হ'ব বুলি দোহাৰে ৷

50 বিঘা ভূমিৰ প্ৰয়োজন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ!
author img

By

Published : Aug 17, 2019, 11:45 PM IST

কামৰূপ, 17 আগষ্টঃ কেন্দ্ৰীয় খাদ্য প্ৰস্তুত কৰণ আৰু লঘু উদ্যোগ বিভাগে উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰিব অত্যাধুনিক খাদ্য প্ৰস্তুত কৰণৰ প্ৰতিষ্ঠান । প্ৰতিষ্ঠানটো স্থাপনৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ কাৰণে শনিবাৰে বিয়লি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বিভাগটোৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হয় ৰঙিয়াত । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে ৰাজহ তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই । প্ৰতিষ্ঠানটোৰ বাবে ৰঙিয়াৰ তুলসীবাৰীত থকা কৃষি ফাৰ্মৰ ভূমি পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । ভূমি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ বাবে ৫০ বিঘা ভূমিৰ প্ৰয়োজন হ'ব বুলি দোহাৰি প্ৰতিষ্ঠানটোৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল বিশেষ ভাবে উপকৃত হ'ব বুলি দোহাৰে । জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৰঙিয়াবাসীৰ হৈ প্ৰতিষ্ঠানটো ৰঙিয়াত স্থাপন কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অনুৰোধ জনায় ।

আনহাতে, বাইহাটা চাৰিআলিতো হঠাৎ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী । বাইহাটা চাৰিআলিৰ বিহদিয়া জাজীকোনা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ সমীপত থকা বীজ ফাৰ্মৰ মাটি পৰিদৰ্শন কৰে ৰামেশ্বৰ তেলীয়ে । গুৱাহাটীত থকা ভাৰতবৰ্ষৰ ভিতৰৰ তৃতীয়খন ফুড প্ৰচেছিং ইনষ্টিটিউটৰ বাবে নিজাববীয়া মাটি নথকাত গুৱাহাটীৰ আশে পাশে এইদৰে মাটি বিছাৰিছে মন্ত্ৰী গৰাকীয়ে ।

Intro:অত‍্যাধুনিক খাদ্য প্ৰস্তুত কৰণৰ প্ৰতিষ্ঠানৰ বাবে ভুমি পৰিদৰ্শন কৰিবলৈ কেন্দ্ৰীয় খাদ্য প্ৰস্তুত কৰণ আৰু লঘু উদ‍্যোগ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী ৰঙিয়াত উপস্থিত।Body:ৰঙিয়াত উপস্থিত হ'ল কেন্দ্ৰীয় খাদ্য প্ৰস্তুত কৰণ আৰু লঘু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী । কেন্দ্ৰীয় খাদ্য প্ৰস্তুত কৰণ আৰু লঘু উদ্যোগ বিভাগে উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰিব অত্যাধুনিক খাদ্য প্ৰস্তুত কৰণৰ প্ৰতিষ্ঠান । প্ৰতিষ্ঠানটো স্থাপনৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ কাৰণে আজি বিয়লি কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ লগতে বিভাগটোৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হয় ৰঙিয়াত। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সঙ্গ দিয়ে ৰাজহ তথা জলসিঞ্চন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই । প্ৰতিষ্ঠানটোৰ বাবে ৰঙিয়াৰ তুলসীবাৰীত থকা কৃষি ফাৰ্মৰ ভূমি পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । ভূমি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ বাবে ৫০ বিঘা ভূমিৰ প্ৰয়োজন হব বুলি দোহাৰি প্ৰতিষ্ঠানটোৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল বিশেষ ভাবে উপকৃত হব বুলি দোহাৰে। জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৰঙিয়া বাসীৰ হৈ প্ৰতিষ্ঠানটো ৰঙিয়াত স্থাপন কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অনুৰোধ জনায় । উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে এই প্ৰকল্পটোৰ বাবে ৰঙিয়াৰ তুলসীবাৰীৰ লগতে কামৰপ জিলাৰ আন কেইবাঠাইটো ভূমি পৰিদৰ্শন কৰিছে।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.