ETV Bharat / state

মিৰ্জাত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ ঋণ মেলা

শুকুৰবাৰে দক্ষিণ কামৰূপৰ সৰপাৰাত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মিৰ্জা আৰু বিজয়নগৰ শাখা উভয়ে মহিলা ৰামপুৰ আৰু ছয়ানী উন্নয়ন খণ্ডৰ ৫০ টাকৈ আত্মসহায়ক গোটক ঋণ প্ৰদান কৰে ৷ ৫০ টা আত্মসহায়ক গোটৰ মাজত সৰ্বমুঠ 80 লাখ টকাৰ ঋণ প্ৰদান কৰে চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ৷

author img

By

Published : Dec 18, 2020, 5:40 PM IST

As_kam_central-bank-of-india-loan-to-the-self-help-groups_img_as10020
মিৰ্জাত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ ঋণ মেলা

দক্ষিণ কামৰূপ,18 ডিচেম্বৰ: মহিলা আত্মসহায়ক গোটসমুহক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে চেন্ট্ৰেল বেংকে হাতত লৈছে এক বিশেষ পদক্ষেপ । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ অধীনত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই মহিলা আত্মসহায়ক গোটসমূহক প্ৰদান কৰিছে বিশেষ ঋণ ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে শুকুৰবাৰে দক্ষিণ কামৰূপৰ সৰপাৰাত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মিৰ্জা আৰু বিজয়নগৰ শাখাই মহিলা ৰামপুৰ আৰু ছয়ানী উন্নয়ন খণ্ডৰ ৫০ টাকৈ আত্মসহায়ক গোটক ঋণ প্ৰদান কৰে ৷

As_kam_central-bank-of-india-loan-to-the-self-help-groups_img_as10020
আত্ম সহায়ক গটক ঋণ প্ৰদান চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ

উল্লেখ্য যে,আত্মসহায়ক গোটসমূহৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি ১ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ঋণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ৷ এই ঋণ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী অনিল দাস,চেট্ৰেল বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক প্ৰৱন্ধক আৰ কে শ্ৰীৱাস্তৱকে ধৰি মিৰ্জা, বিজয়নগৰ শাখাৰ প্ৰৱন্ধক । ৫০ টা আত্মসহায়ক গোটৰ মাজত সৰ্বমুঠ 80 লাখ টকাৰ ঋণ প্ৰদান কৰে চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ৷

লগতে পঢ়ক-গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.