ETV Bharat / state

গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত পালন কৰা কিডনী দিৱস

সকলোৱেই সজাগ হলে kidney ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি অৱগত কৰে চিকিৎসকে

গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত পালন কৰা কিডনী দিৱস
author img

By

Published : Mar 13, 2019, 8:58 PM IST

গুৱাহাটী,13মাৰ্চঃ গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হব kidney দিৱস । দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হব এই দিৱসটি ।

গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত পালন কৰা কিডনী দিৱস

কলেজৰ পৰা সজাগতা মূলক শোভাযাত্ৰাৰ পিছতেই পেক্ষাগৃহত অনুষ্ঠিত হব মূল অনুষ্ঠানৰ ।মূলত সজাগতা অভাৱৰ বাবেই কিডনিৰ ৰোগত মানুহ ৰোগাক্ৰান্ত হয় ।কেনেদৰে কিডনিৰ ৰোগৰ পৰা হাত সাৰিব পাৰি তাৰ ওপৰত চিকিৎসক সকলে বিশেষ কাৰ্যসূচী হাতত লৈছে ।লগতে সকলোৱেই সজাগ হলে এই ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি অৱগত কৰে চিকিৎসক সকলে । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে বৃহস্পতিবাৰে অনুষ্ঠিত হবলগীয়া কিডনী দিৱসৰ বিষয়ে সাংবাদিক ক অৱগত কৰে ।

Intro:কাইলৈ বিশ্ব কিডনি দিৱস

Body:এই দিৱস উপলক্ষে গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হব দিৱসটি ।পুৱা কলেজৰ পৰা এটা সজাগতা মূলক শোভাযাত্ৰা উলিওৱাৰ পিছত পেক্ষাগৃহত অনুষ্ঠিত হব মূল অনুষ্ঠান ।মূলত সজাগতা অভাৱৰ বাবেই কিডনিৰ ৰোগত মানুহ ৰোগাক্ৰান্ত হয় ।কেনেদৰে কিডনিৰ ৰোগৰ পৰা হাত সাৰিব পাৰি তাৰ ওপৰত চিকিৎসক সকলে বিশেষ কাৰ্যসূচী হাতত লৈছে ।লগতে সকলো লোকেই সজাগ হলে এই ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি অৱগত কৰে চিকিৎসক সকলে ।বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে বৃহস্পতিবাৰে অনুষ্ঠিত হবলগীয়া কিডনী দিৱসৰ বিষয়ে সাংবাদিক ক অৱগত কৰে ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.