ETV Bharat / state

ৰঙিয়াত ছাত্ৰ সমাজৰ বজ্ৰনিনাদ ধ্বনি : ছয়গাঁৱত আৰক্ষীৰে হতাহতিত আহত 2 - নাগৰিকত্ব সংশোধনী বিধেয়ক

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ক্ৰমাৎ অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হৈছে অসমত ৷ বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷  বুধবাৰে বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থাকে প্ৰতিবাদ ৷

CAB PROTEST
ৰঙিয়াত ছাত্ৰ সমাজৰ বজ্ৰনিনাদ ধ্বনি : ছয়গাঁৱত আৰক্ষীৰে হতাহতিত আহত 2
author img

By

Published : Dec 11, 2019, 10:36 PM IST

Updated : Dec 11, 2019, 11:49 PM IST

তামুলপুৰ, 11 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে বুধবাৰে গোৰেশ্বৰত আছুসহ আঠটা সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰি কেব তথা চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশেষত মহকুমা আৰক্ষী বিষয়া, জিলা আৰক্ষী বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰে আলোচনাত মিলিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ আনহাতে কেবৰ বিৰোধীতাত বৃহস্পতিবাৰে বন্ধ ঘোষণা কৰিছে প্ৰতিবাদকাৰীসকলে ।

ৰঙিয়াত ছাত্ৰ সমাজৰ বজ্ৰনিনাদ ধ্বনি : ছয়গাঁৱত আৰক্ষীৰে হতাহতিত আহত 2

ৰঙিয়া : ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ সমাজে ৰূপায়ন কৰে বজ্ৰনিনাদ ধ্বনি । ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক ছাত্র ছাত্ৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ সহস্ৰাধিক ছাত্র ছাত্ৰীয়ে প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে ৰঙিয়াৰ আকাশ বতাহ । প্ৰতিবাদকাৰীসকলে কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ মানি নোলোৱা অঙ্গীকাৰ কৰে । সমদলকাৰীসকলে সাম্প্ৰদায়িক ৰাজনীতি নচলিব, সাম্প্ৰদায়িক ৰাজনীতি পৃষ্ঠপোষক নেতাসকল নিপাত যাওঁক, অসম চৰকাৰ হায় হায় , হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অতুল বৰা মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল জাতিৰ খলনায়ক আদি শ্ল'গানেৰে পৰিবেশ উত্তপ্ত কৰি ৰঙিয়াৰ কৃষক ভৱনত মিলিত হৈ এখন সভা অনুষ্ঠিত কৰে । মূৰত গামোচাৰে পাগুৰি মাৰি ছাত্রসকলে সভাত তাল বজাই সকলো ৰাইজকে কেবৰ বিৰুদ্ধে ওলাই আহি মাৰবান্ধি থিয় হ'বলৈ আহ্বান জনায় ।

ছয়গাঁও : ছয়গাঁৱৰ বনগাঁৱতো যুৱ কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে বাধা দিয়াত দুয়োপক্ষৰ মাজত সংঘাটৰ সৃষ্টি হয় ৷ এই ঘটনাত দুজন প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰী দুজন ক্ৰমে নজমুল হকমুল্লা আৰু চুলতান আলী ।

সোণাপুৰ : সোণাপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সমাজে ৷ ছাত্র সমাজৰ লগত সহযোগিতা আগবঢ়ায় স্থানীয় বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় প্ৰতিবাদী জনতাই ।

Intro:গোৰেশ্বৰত অৱ্যহত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন।
Body:তামুলপুৰ।
১১/১২/২০১৯।
গোৰেশ্বৰত আছু সহ আঠটা সংগঠনৰ কেব বিৰোধী আন্দোলন অৱ্যহত।

আন্দোলন কাৰীৰ সমদল দেখি বন্ধ হৈ পৰিছে গোৰেশ্বৰ নগৰ।

ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ।

মহকুমা আৰক্ষী বিষয়া ,জিলা আৰক্ষী বিষয়া উপস্থিত গোৰেশ্বৰত।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মৌন হৈ প্ৰতিবাদ চাই থাকিল জিলা আৰক্ষী বিষয়াই।

প্ৰতিবাদ ৰ অন্ততঃ প্ৰতিবাদকাৰী সকলৰে এক আলোচনাত মিলিত হল জিলা আৰক্ষী বিষয়া।

আহা কাইলৈ বন্ধ ঘোষণা কৰিছে প্ৰতিবাদ কাৰী সকলে।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্ম।
ETV Bharat Assam.Conclusion:
Last Updated : Dec 11, 2019, 11:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.