ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত এইপৰ্যন্ত মৃত্যু 5 গৰাকীৰ

এতিয়াও গুলীবিদ্ধ তথা লাঠিচলনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধিন বহুজন

CAA PROTEST TOTAL DEATH 5
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত এইপৰ্যন্ত মৃত্যু 5 গৰাকী
author img

By

Published : Dec 15, 2019, 5:00 PM IST

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি

মৃত্যু হোৱা লোক কেইজন ক্ৰমে- দীপাঞ্জল দাস, চেম ষ্টাফৰ্ড, বীজেন্দ্ৰ পাংগি, ঈশ্বৰ নায়ক আৰু আব্দুল আলি

দীপাঞ্জল দাস এই আন্দোলনৰ প্ৰথম গৰাকী মৃত্যু হোৱা প্ৰতিবাদকাৰী

বীজেন্দ্ৰ পাংগিৰ মৃত্যু হৈছিল ডিব্ৰুগড়ত

আৰক্ষীৰ লাঠিচালনাত আহত হৈ চিকিৎসাধীন আৱস্থাত মৃত্যু হৈছিল বীজেন্দ্ৰ পাংগিঙৰ

দেওবাৰে পুৱা মৃত্যু হয় আব্দুল আলিৰ

মহানগৰীৰ লালুংগাঁৱত প্ৰতিবাদৰ সময়ত গুলীবিদ্ধ হৈছিল আব্দুল আলি

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.