ETV Bharat / state

বকোত ম'হ ভৰ্তি ট্ৰাক জব্দ: আৰক্ষীৰ লাঠিচালনা

author img

By

Published : Jan 16, 2020, 9:33 AM IST

আৰক্ষীয়ে ম'হ ভৰ্তি ট্ৰাক দুখন জব্দ কৰি লৈ যাবলৈ লওঁতেই একাংশ ৰাইজে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে ৷ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ৷ দৰাচলতে, পূৰ্বতেও জামবাৰী আৰক্ষীয়ে দুখন ম'হ ভৰ্তি ট্ৰাক জব্দ কৰিছিল যদিও চালকক মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে জামবাৰী আৰক্ষীৰ বিৰুদ্ধে ।

বকোত মহ ভৰ্তি ট্ৰাক জব্দ
বকোত মহ ভৰ্তি ট্ৰাক জব্দ

বকো, 16 জানুৱাৰীঃ বুধবাৰে নিশা অবৈধ ম'হ ব্যৱসায়ক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বকো চহৰ ৷ বকোৰ বাহজানীত স্থানীয় লোকে নিশা জব্দ কৰে ২২ টাকৈ ম'হ থকা দুখন টাটা এলপিটি ট্ৰাক ৷ ম'হৰ চোৰাং সৰবৰাহৰ উমান পাই স্থানীয় লোকে পৰিকল্পনা অনুযায়ী জব্দ কৰে ট্ৰাক কেইখন ৷ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰে । উল্লেখ্য যে, আৰক্ষীয়ে ট্ৰাক দুখন থানালৈ আনিবলৈ লওঁতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ জব্দ হোৱা ট্ৰাক দুখনৰ নম্বৰ MH-১২-TR- DCM ৭৭২, আনখনৰ নম্বৰ AS-25-EC-2532 ।

লগতে পঢ়কঃ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণকাৰীক ফাঁচীৰ পূৰ্বে শুনোৱা হ'ব গৰুড় পুৰাণ

আৰক্ষীয়ে ম'হ ভৰ্তি ট্ৰাক দুখন জব্দ কৰি লৈ যাবলৈ লওঁতেই একাংশ ৰাইজে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে ৷ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ৷ দৰাচলতে, পূৰ্বতেও জামবাৰী আৰক্ষীয়ে দুখন ম'হ ভৰ্তি ট্ৰাক জব্দ কৰিছিল যদিও ৰাইজে বাহনৰ চালকক মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে জামবাৰী আৰক্ষীৰ ওপৰত । সেয়ে আৰক্ষীৰ ওপৰত সৰৱ হৈ পৰে স্থানীয় ৰাইজ ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত বকো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

Intro:Body:বকোৰ বাহজানীত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বকো আৰক্ষীৰ লাঠিচালনা। দুখন মহ কঢ়িওৱা ট্ৰাক জব্দ কৰিছিল স্থানীয় লোকে। ২২ টাকৈ মহ আছিল টাটা এলপিটি ট্ৰাক দুখনত। চোৰাঙকৈ সৰবৰাহ কৰাৰ সন্দেহ স্থানীয় লোকৰ। ঘটনাস্থলীত উপস্থিত হৈ বাহন দুখন জব্দ কৰে বকো আৰক্ষীয়ে। আৰক্ষীৰ চালকে ট্ৰাক দুখন থানালৈ আনিবলৈ লওতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। একাংশ ৰাইজে আক্ৰমণ কৰে আৰক্ষীক, আৰক্ষীৰ চালকক। শিলগুটি নিক্ষেপ আৰক্ষীলৈ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা। পূৰ্বে জামবাৰী আৰক্ষীয়ে জব্দ কৰিছিল বাহন দুখন। জামবাৰী আৰক্ষীয়ে জব্দ কৰা বাহনৰ চালকক মুকলি কৰি দিয়াৰ অভিযোগ। তাৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। পৰৱৰ্তী সময়ত উপস্থিত হয় বকো আৰক্ষী। ট্ৰাক দুখনৰ এখনৰ নম্বৰ এম এইচ ১২ টি আৰ- ডি চি এম ৭৭২। আনখনৰ নম্বৰ AS25 EC 2532।

BYTE_ স্থানীয় যুৱক। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.