ETV Bharat / state

বকোৰ বন্দাপাৰাত কাঠ কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Jan 22, 2020, 9:32 AM IST

কামৰূপৰ বকোৰ বন্দাপাৰাত ৩১ টাকৈ অবৈধ চেগুনৰ কুণ্ডা কঢ়িওৱা এখন বাহন দুৰ্ঘটনাত পতিত হয় বুধবাৰে ৷ দুৰ্ঘটনাগ্ৰস্ত টাটা ডি আই খনত আছিল কেবাটাও অপৈণত চেগুণ গছৰ কুণ্ডা ৷ বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখতে সংঘটিত হয় এই ঘটনা ৷

BOKO WOOD LOADED TATA DI ACCIDENT ETV BHARAT ASSAM
বন্দাপাৰাত কাঠ কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

বকো, 22 জানুৱাৰীঃ বকোৰ বন্দাপাৰাত অবৈধ চেগুনৰ কুণ্ডা কঢ়িওৱা টাটা ডিআই দুৰ্ঘটনাগ্ৰস্ত। বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত টাটা ডিআইখনত আছিল ৩১ টাকৈ চেগুনৰ কুণ্ডা। অধিকাংশই অপৈনত চেগুনৰ কুণ্ডা থকা বুলি প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

অবৈধ চেগুনৰ কুণ্ডা কঢ়িওৱা এখন বাহন দুৰ্ঘটনাত পতিত

উল্লেখ্য যে, বাহনখনৰ চকা ফুটাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ দুৰ্ঘটনাত পতিত টাটা ডিআইখনৰ নম্বৰ AS-01AC-6843। পশ্চিম কামৰূপ বন সংমণ্ডলৰ এলেকাত প্ৰায়েই সংঘটিত হৈ আহিছে এনে ঘটনা। দুৰ্ঘটনাৰ পিছতহে পোহৰলৈ আহে অবৈধ কাঠৰ ৰমৰমীয়া বেহাৰ কথা ৷

লগতে চাওকঃ ইতিহাস প্ৰসিদ্ধ নাককাটি পাহাৰ আৰু ইয়াৰ বুকুৰ নানা কথা

Intro:Body:বকোৰ বন্দাপাৰাত অবৈধ চেগুনৰ কুণ্ডা কঢ়িওৱা টাটা ডিআই দুৰ্ঘটনাগ্ৰস্ত। বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা। টাটা ডিআইখনত আছে ৩১ টাকৈ চেগুনৰ কুণ্ডা। অধিকাংশই অপৈনত চেগুনৰ কুণ্ডা। বাহনখনৰ চকা ফুটি সংঘটিত হয় দুৰ্ঘটনা। টাটা ডিআইখনৰ নম্বৰ AS01-AC-6843। পশ্চিম কামৰূপ বন সংমণ্ডলৰ এলেকাত প্ৰায়েই সংঘটিত হয় এনে ঘটনা। দুৰ্ঘটনাৰ পিছতহে পোহৰলৈ আহে অবৈধ ৰমৰমীয়া বেহাৰ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.