বকো, 29মাৰ্চ: কৰ’ণা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সহায়ৰ হাত। মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ বৰঙণি । এই কথা অৱগত কৰে সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰীয়ে । চক্ৰ বিষয়াৰ জড়িয়তে প্ৰেৰণ কৰা হ'ব ঘোষিত সাহাৰ্যৰ ধন।
লগতে পঢক :টিংখাঙৰ ডিৰাই চাহ বাগিচাত বিশেষ ব্যৱস্থাৰে ৰেচন প্ৰদান