ETV Bharat / state

ক'ভিড সংক্ৰান্তীয় চৰকাৰী নিৰ্দেশনাক লৈ কঠোৰ বকো আৰক্ষী

মাস্ক পৰিধান নকৰা লোক সকলক জৰিমনা বিহি চৰকাৰৰ ক'ভিড সংক্ৰান্তীয় নীতি-নিৰ্দেশনাক লৈ কঠোৰ হৈ পৰা দেখা গৈছে বকো আৰক্ষীক ৷ শুক্ৰবাৰে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে বকোৰ একাংশ লোক মাজত মাস্ক বিতৰণ কৰে ৷ লগতে আন একাংশ লোকক ক'ভিড প্ৰ'টকল পালন নকৰা বাবে জৰিমনা বিহে ।

ক'ভিড সংক্ৰান্তীয় চৰকাৰী নিৰ্দেশনাক লৈ কঠোৰ বকো আৰক্ষী
ক'ভিড সংক্ৰান্তীয় চৰকাৰী নিৰ্দেশনাক লৈ কঠোৰ বকো আৰক্ষী
author img

By

Published : Apr 23, 2021, 7:03 PM IST

বকো, 23 এপ্ৰিল : সমগ্ৰৰ ৰাজ্যৰ লগতে বকোতো পুনৰ ক'ভিড আতংকই বিৰাজ কৰিছে ৷ অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ভিতত আক্ৰান্ত ৰোগী সংখ্যা ৷ ক'ভিডৰ নতুনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যদিও এতিয়া বকো অঞ্চলৰ একাংশ লোকৰ মাজত সজাগতা অভাৱ দেখা গৈছে ৷

ক'ভিড সংক্ৰান্তীয় চৰকাৰী নিৰ্দেশনাক লৈ কঠোৰ বকো আৰক্ষী

বকো অঞ্চলৰ সৰহ সংখ্যক লোকে ক'ভিড প্ৰ'টকল মানি চলিছে যদিও একাংশই কিন্তু চৰকাৰৰ ক'ভিড সংক্ৰান্তীয় নীতি-নিৰ্দেশনা মানি চলা দেখা নাই । শুক্ৰবাৰে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে বকোৰ একাংশ লোক মাজত মাস্ক বিতৰণ কৰে ৷ লগতে আন একাংশ লোকক ক'ভিড প্ৰ'টকল পালন নকৰা বাবে জৰিমনা বিহে ।

আনকি কেইবাখনো দোকানৰ দোকানীক মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহাৰ সমান্তৰালকৈ ক'ৰণা মহামাৰীক প্ৰতিহত কৰিবলৈ ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে ৷

লগতে পঢ়ক: এণ্টিলিয়া কাণ্ড:গ্ৰেপ্তাৰ আন এগৰাকী আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.