ETV Bharat / state

বকোত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ; আটক 2

author img

By

Published : Oct 5, 2019, 8:02 PM IST

বকোত কৰ্তব্যৰত গৃহৰক্ষীৰ জোৱানক প্ৰহাৰ কৰি গণ ৰোষত মেঘালয়ৰ দল৷ ঘটনা সন্দৰ্ভত দুজনক আটক।আটক জুনে ভায়লেট জে চাংমা আৰু ভাৰ্ণিফ'ৰ্ড কে মাৰাকক। দুয়োৰে ঘৰ পশ্চিম খাচী পাহাৰ জিলাৰ ৰাংচাপাৰাত।

গৃহৰক্ষীৰ জোৱানক প্ৰহাৰ

বকো,5অক্টোবৰঃ বকোত অপ্ৰীতিকৰ ঘটনা। কৰ্তব্যৰত গৃহৰক্ষীৰ জোৱান এজনক প্ৰহাৰ মেঘালয়ৰ এটা দলৰ । বকো আৰক্ষী থানাৰ খাইমুদ্দিন আলীক প্ৰহাৰ কৰে উদণ্ড দলটোৱে ৷ প্ৰথমে ন' পাৰ্কিঙত গাড়ী পাৰ্কিং কৰাক লৈ গৃহৰক্ষীৰ জোৱানজনৰ সৈতে বিতৰ্কৰ সূত্ৰপাত হয় আৰু পাচত গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰে দলটোৱে ৷ ইপিনে এই ঘটনাৰ পাচতে ৰাইজে আৱদ্ধ কৰে মেঘালয়ৰ দলটোক। দলটোত আছিল দুজন যুৱকসহ দুগৰাকী মহিলা। ঘটনা সন্দৰ্ভত যুৱক দুজনক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা যুৱকদ্বয় ক্ৰমে জুনে ভায়লেট জে চাংমা আৰু ভাৰ্ণিফ'ৰ্ড কে মাৰাকক। দুয়োৰে ঘৰ পশ্চিম খাচী পাহাৰ জিলাৰ ৰাংচাপাৰাত।

Intro:Body:বকো চহৰত অপ্ৰীতিকৰ ঘটনা। কৰ্তব্যৰত গৃহৰক্ষীৰ জোৱান এজনক প্ৰহাৰ। প্ৰহাৰ কৰে মেঘালয়ৰ এটা দলে। বকো আৰক্ষী থানাৰ খাইমুদ্দিন আলীক প্ৰহাৰ। ন' পাৰ্কিঙত গাড়ী এখন পাৰ্কিং কৰাক লৈ বিতৰ্ক। বজাৰৰ ভিৰৰ মাজত গাড়ীখন কৰিছিল পাৰ্কিং। গৃহৰক্ষীৰ জোৱানক প্ৰহাৰ কৰাৰ পিছতে ৰাইজে আৱদ্ধ কৰে মেঘালয়ৰ দলটোক। দলটোত আছে দুজন যুৱক দুগৰাকী মহিলা। থানাত ৰাজনৈতিক ক্ষমতাপুষ্ট মেঘালয়ৰ যুৱকৰ অভব্য আচৰণ।
ঘটনা সন্দৰ্ভত দুজনক আটক।আটক জুনে ভায়লেট জে চাংমা আৰু ভাৰ্ণিফ'ৰ্ড কে মাৰাকক। দুয়োৰে ঘৰ পশ্চিম খাচী পাহাৰ জিলাৰ ৰাংচাপাৰাত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.