ETV Bharat / state

বকোত বিদ্যালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতি - ঠিকাদাৰ ফিৰদৌচ আলী

বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ ফিৰদৌচ আলীয়ে অতি নিম্নমানৰ সামগ্ৰী আৰু কম খৰচত বিদ্যালয় গৃহৰ মেৰামতিৰ কাম কৰাৰ অভিযোগ। ৰাইজৰ অভিযোগ অনুসৰি, গৃহটোত লগাবৰ বাবে অনা টিনপাত কাগজ সদৃশ ৷

বকোত বিদ্যালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতি
author img

By

Published : Sep 7, 2019, 8:31 PM IST

কামৰূপ, 7 চেপ্তেম্বৰঃ বকোৰ তাৰাবাৰী খতলাত শান্তিপুৰ বি কে বি প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত চৰম দুৰ্নীতিৰ অভিযোগ ৷ দুৰ্নীতিক লৈ ক্ষোভিত অঞ্চলবাসী ৰাইজ । বিধায়িকা পুঁজিৰ ধনেৰে বিদ্যালয় গৃহটোৰ মেৰামতিৰ কাম নিম্নমানৰ বুলি অভিযোগ ৰাইজৰ ৷ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ ফিৰদৌচ আলীয়ে অতি নিম্নমানৰ সামগ্ৰী আৰু কম খৰচত বিদ্যালয় গৃহৰ মেৰামতিৰ কাম কৰাৰ অভিযোগ । ৰাইজৰ অভিযোগ অনুসৰি, গৃহটোত লগাবৰ বাবে অনা টিনপাত কাগজ সদৃশ । ইফালে নিম্নমানৰ ইটা ব্যৱহাৰ কৰাৰ লগতে চিমেন্ট কমকৈ ব্যৱহাৰ কৰাৰ অভিযোগ । যাৰ বাবে ৰাইজে বিদ্যালয় গৃহৰ মেৰামতিৰ কাম বন্ধ কৰি বিধায়ক নন্দিতা দাসক গৃহৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাই ।

Intro:Body:বকোৰ তাৰাবাৰী খতলাত শান্তিপুৰ বি কে বি প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত চৰম দূৰ্ণীতিক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বিধায়িকা পূজিৰ ধনেৰে বিদ্যালয় গৃহটোৰ মেৰামতিৰ কাম চলাই থকা ঠিকাদাৰ ফিৰদৌচ আলীয়ে অতি নিম্নমানৰ সামগ্ৰী আৰু কম খৰচত বিদ্যালয় গৃহৰ মেৰামতিৰ কাম সমাপন কৰিবলৈ ওলাইছে। এই কাৰ্যত ক্ষোভিত হৈ পৰিছে ৰাইজ। ৰাইজৰ অভিযোগ গৃহটোত লগোৱাৰ বাবে অনা টিনপাত কাগজ সদৃশ। ইফালে নিম্নমানৰ ইটা ব্যৱহাৰ কৰাৰ লগতে চিমেন্ট কমকৈ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজে বিদ্যালয় গৃহৰ মেৰামতিৰ কাম বন্ধ কৰি বিধায়ক নন্দিতা দাসক গৃহৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাইছে।

BYTE_স্থানীয় যুৱক।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.