ETV Bharat / state

ডিজিটেল মাধ্যমে গ্ৰাস কৰা নাই বকোৰ টুপামাৰী অঞ্চল - বকো

বকোৰ টুপামাৰীতো খেলৰ বাবে উপযুক্ত সা-সৰঞ্জাম,সাজ-পোছাক নাথাকিলেও নিজ চেষ্টাতে খেলৰ অনুশীলন অব্যাহত ৰাখিছে গাঁওখনৰ এচাম যুৱকে ৷ উপযুক্ত প্ৰশিক্ষণ পোৱা নাই যদিও খেল ধেমালি কৰিয়েই এই যুৱক সকলে শাৰীৰিক আৰু মানসিক সন্তোলন বজাই ৰাখিছে।

kmp_boko-boys-palying-volleyball_img_ASC10052
ডিজিটেল মাধ্যমে গ্ৰাস কৰা নাই বকোৰ টুপামাৰী অঞ্চল
author img

By

Published : Nov 25, 2020, 2:27 PM IST

কামৰূপ,25 নৱেম্বৰঃ সাম্প্ৰতিক সময়ত ডিজিটেল মাধ্যম মোবাইল ফোনে সমগ্ৰ বিশ্বকে গ্ৰাস কৰিছে ৷ এই মোবাইলৰ ফলতে ক্ৰমান্বয়ে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপো বৃদ্ধি পাইছে ৷ বিভিন্ন ইলেকট্ৰনিকে গেজেটসমূহৰ ব্যৱহাৰৰ উপৰিও মুকলি ঠাইৰ অভাৱত বৰ্তমান ল’ৰা ছোৱালীয়ে মুকলিকৈ খেলপথাৰত খেলা-ধুলা কৰা পৰিলক্ষিত নহয় ৷

কিন্তু ইয়াৰ মাজতে মোবাইল ফোনে বৰ্তমানলৈ প্ৰভাৱ পেলোৱা নাই গ্ৰামাঞ্চলৰ বহু ল’ৰা-ছোৱালীক ৷ এই অঞ্চলসমূহৰ ল’ৰা ছোৱালীৰ বোৰ এতিয়াও ব্যস্ত খেলাধূলাত ৷ বকোৰ টুপামাৰীতো খেলৰ বাবে উপযুক্ত সা-সৰঞ্জাম,সাজ-পোছাক নাথাকিলেও নিজ চেষ্টাতে খেলৰ অনুশীলন অব্যাহত ৰাখিছে গাঁওখনৰ এচাম যুৱকে ৷ উপযুক্ত প্ৰশিক্ষণ পোৱা নাই যদিও খেল ধেমালি কৰিয়েই এই যুৱক সকলে শাৰীৰিক আৰু মানসিক সন্তোলন বজাই ৰাখিছে।

লগতে পঢ়ক-বকোৰ হাহিমত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.