ETV Bharat / state

বকোত আৰছুৰ চাইকেল লৈ'সংকল্প যাত্ৰা' - সদৌ ৰাভা ছাত্ৰ সন্থা

প্ৰায় পাঁচ শতাধিক চাইকেলেৰে বকোৰ পৰা হাহিম হৈ বকোস্থিত আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়পৰা ১৬ কিলোমিটাৰ অতিক্ৰম কৰে এই  চাইকেল ৰেলী ৷ জনজাতি খণ্ড আৰু আবেষ্টনী এলেকা GMDAত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰে সদৌ ৰাভা ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনে ।

বকোত আৰছুৰ চাইকেল লৈ'সংকল্প যাত্ৰা'
author img

By

Published : Sep 27, 2019, 10:15 AM IST

বকো,27 ছেপ্টেম্বৰঃ কামৰূপ মহানগৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে বকোত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা,ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ উদ্যোগত 'সংকল্প যাত্ৰা' উলিয়াই সংগঠনকেইটাই ৷ বকো চহৰৰ মাজেৰে বিশাল চাইকেল সমদল উলিয়াই চৰকাৰ বিৰোধী শ্লোগানেৰ উত্তাল কৰে বকো চহৰ। প্ৰায় পাঁচ শতাধিক চাইকেলেৰে বকোৰ পৰা হাহিম হৈ বকোস্থিত আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়পৰা ১৬ কিলোমিটাৰ অতিক্ৰম কৰে এই চাইকেল ৰেলী ৷ জনজাতি খণ্ড আৰু আবেষ্টনী এলেকা GMDAত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰে সদৌ ৰাভা ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনে । Assam State Capital Regeon Devlopment Authority Act 2017 আইনৰ জৰিয়তে গুৱাহাটী মহানগৰ সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে অসম চৰকাৰে ৷ এই মহানগৰ সম্প্ৰসাৰণৰ এলেকা বকোলৈ নিৰ্দ্ধাৰণ কৰে ৷ যাৰ ফলত পলাশবাৰী,ছয়গাওঁ আৰু বকোত ৰাভা হাছং স্বায়ত্ব শাষিত পৰিষদৰ অন্তৰ্ভুক্ত বহু গাঁও GMDAৰ আওতালৈ আহিব ৷ ৰাভা হাছংৰ নেতৃত্বই এই বিল খনৰ বিৰোধিতা কৰি আহিছে দীৰ্ঘদিনৰ পৰা ৷ GAMDAত অন্তৰ্ভুক্ত হোৱা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ এলেকাধিন গাওঁ কৰ্তনৰ দাবী কৰি আহিছে ৷

BOKO  ARSU BICYCLE PROTEST RALLY AGAINST GUWAHATI CITY EXPANSION
মহানগৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে বকোত চাইকেল সমদল

মহানগৰ সম্প্ৰসাৰণ আইন বাতিলৰ দাবীত বৃহস্পতিবাৰে এই চাইকেল ৰেলী উলিয়াই ৷ তেওঁলোকৰ মতে এই কাৰ্যই খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিব আৰু চৰকাৰে যি প্ৰস্তাৱ হাতত লৈছে তাক শীঘ্ৰেই বাতিল কৰিবলৈ দাবী জনাইছে ৷ উল্লেখ্য যে বকোৰ স্থানীয় লোকসকলেও ইয়াৰ বিৰোধিতা কৰি আহিছে দীৰ্ঘদিন ধৰি ৷

Intro:Body:GMDA সম্প্ৰসাৰণ বিৰোধীতাৰে বকোত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাৱী সমিটিৰ যৌথ উদ্দোগত 'সংকল্প যাত্ৰা' উলিয়াই৷ বকো চহৰৰ মাজেৰে বিশাল চাইকেল সমদল উলিয়াই চৰকাৰ বিৰোধী শ্লোগানেৰ উত্তাল কৰে বকো চহৰ। প্ৰায় পাছ শতাধিক চাইকেলেৰে বকোৰ পৰা হাহিমহৈ বকোস্থিত আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়পৰা ১৬ কিলোমিটাৰ অতিক্ৰম কৰে চাইকেল ৰেলী৷ জনজাতি খণ্ড আৰু আবেষ্টনী এলেকা GMDAত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰে সদৌ ৰাভা ছাত্ৰ সন্থাকে ধৰি বহুকেইতা সংগঠনে । Assam state capital regeon devlopment authority act 2017 আইনৰ জৰিয়তে গুৱাহাটী মহানগৰ সম্প্ৰসাৰন কৰাৰ প্ৰস্তাব গ্ৰহন কৰে অসম চৰকাৰে৷ এই মহানগৰ সম্প্ৰসাৰনৰ এলেকা বকোলৈ নিদ্ধাৰণ কৰে৷ যাৰ ফলত পলাশবৰী, ছয়গাওঁ আৰু বকোত ৰাভা হাছং স্বায়িত্ব পৰিষদৰ অন্তৰ্ভুক্ত বহু গাও GMDAৰ আওতালৈ আহিব৷ ৰাভা হাছংৰ নেতৃত্বই এই বিল খনৰ বিৰোধিতা কৰি আহিছে৷ GAMDAত অন্তৰ্ভুক্ত হোৱা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ এলাকাধিন গাওঁ কৰ্তনৰ দাবি কৰি আহিছে৷ মহানগৰ সম্প্ৰাসাৰন আইন বাতিলৰ দাবীত আজি এই চাইকেল ৰেলী বাহিৰ কৰে৷ খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিব এই ASCRDA আইনে এই দাৱী কৰে ৰাভা নেতৃত্বই৷

Byte- হিতেশ্বৰ ৰাভাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.