ETV Bharat / state

এন আৰ চি শুনানি : প্ৰতিবাদত নামিল আমছু - বকো

NRC-ৰ পুনৰীক্ষণৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ আমছুৰ নেতৃত্বৰ । এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী তুলি NRC-ৰ পুনৰীক্ষণৰ নামত তৎকালীনভাৱে জাননী প্ৰেৰণ কৰি দূৰ-দূৰণিত নথি পৰীক্ষণ কৰাৰ দিহা কৰা কাৰ্যক তীব্ৰ সমালোচনা  আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷

প্ৰতিবাদত নামিল আমছু
author img

By

Published : Aug 8, 2019, 7:59 PM IST

বকো, আগষ্ট 08 : ছয়গাঁৱৰ গৰৈমাৰীত আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷ গৰৈমাৰীৰ ঈদগাহ বাকৰিত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে আমছুৰ সমৰ্থক সকলে । NRC-ৰ পুনৰীক্ষণৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ আমছুৰ নেতৃত্বৰ । এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী তুলি NRC-ৰ পুনৰীক্ষণৰ নামত তৎকালীনভাৱে জাননী প্ৰেৰণ কৰি দূৰ-দূৰণিত নথি পৰীক্ষণ কৰাৰ দিহা কৰা কাৰ্যক তীব্ৰ সমালোচনা আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ নেতাগৰাকীয়ে ভাৰতীয় নাগৰিকক বাংলাদেশী সজোৱাৰ এয়া এক গভীৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে ।

প্ৰতিবাদত নামিল আমছু

আনহাতে, নিজ জিলাতেই নাগৰিকক NRC-ৰ পুনৰীক্ষণৰ দিহা কৰিবলৈ দাবী তোলে আমছুৱে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত গৰৈমাৰী ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, NRC-ৰ মুখ্য সমন্বয়ক আৰু জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুৰ নেতৃত্বই । আমছুৰ দাবীৰ প্ৰতি চৰকাৰে সমৰ্থন নিদিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

Intro:Body:ছয়গাঁৱৰ গৰৈমাৰীত আজি (বৃহস্পতিবাৰে) আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ আহ্বানত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। গৰৈমাৰীৰ ঈদগাহ বাকৰিত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে আমছুৰ সমৰ্থক সকলে। NRCৰ পুনৰীক্ষণৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে আমছুৰ নেতৃত্বই। এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী তুলি NRCৰ পুনৰীক্ষণৰ নামত তৎকালভাৱে জাননী প্ৰেৰণ কৰি দূৰ-দূৰণিত নথি পৰীক্ষণ কৰাৰ দিহা কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। ভাষণত আমছুৰ নেতাগৰাকীয়ে ভাৰতীয় নাগৰিকক বাংলাদেশী সজোৱাৰ এয়া এক গভীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে। নিজ জিলাতেই নাগৰিকক NRCৰ পুনৰীক্ষণৰ দিহা কৰিবলৈ দাবী তোলে আমছুৱে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত গৰৈমাৰী ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, NRCৰ মুখ্য সমন্বয়ক আৰু জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুৱে। ইফালে আমছুৰ দাবীৰ প্ৰতি চৰকাৰে সমৰ্থন নিদিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে নেতৃত্বই।

BYTE_ৰেজাউল কৰিম সৰকাৰ, সভাপতি, আমছু।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.