ETV Bharat / state

ৰঙিয়াত বিধায়িকা আঙুৰলত ডেকাক ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Jan 26, 2020, 10:26 PM IST

ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থানাৰ বাৰ্ষিক মহোৎসৱত অংশগ্ৰহণ কৰি উভতাৰ পথত, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক ক'লা পতাকা দেখুৱালে আছুৱে ৷

আঙুৰলত ডেকা
আঙুৰলত ডেকা

ৰঙিয়া, 26 জানুৱাৰীঃ ৰঙিয়াত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা ক'লা পতাকা দেখুৱালে আছুৱে ৷ ৰঙিয়াৰ তিনিআলিত আছুৰ শ্বহীদ বেদীৰ কাষত ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত, ক'লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ ৷ ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থানাৰ বাৰ্ষিক মহোৎসৱত অংশগ্ৰহণ কৰি উভতাৰ পথত, আঙুৰলতাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ বিজেপি চৰকাৰ হায় হায়, বিধায়িকা আঙুৰলতা লেই লেই চেই চেই,‌ বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গানেৰে, CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙিয়া ছাত্ৰ সন্থাৰ একাংশ কৰ্মকৰ্তাই ৷

ৰঙিয়াত বিধায়িকা আঙুৰলত ডেকাক ক'লা পতাকা প্ৰদৰ্শন

লগতে পঢ়ক ঃ মাজুলীত ওলোটাকৈ উত্তোলন জাতীয় পতাকা

Intro:বিধায়িকা আঙুৰলতাক কলা পতাকা দেখুৱালে ছাত্র সন্থাইBody:ৰঙিয়াত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক ক'লা পতাকা দেখুৱালে আছুৱে । ৰঙিয়াৰ তিনিআলিত আছুৰ শ্বহীদ বেদীৰ কাষত ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ক'লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ । ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থানাৰ বাৰ্ষিক মহোৎসৱত অংশগ্ৰহণ কৰি উভতাৰ পথত আঙুৰলতাৰ বিৰুদ্ধে বিক্ষোভ আছুৰ । বিজেপি চৰকাৰ হায় হায়, বিধায়িকা আঙুৰলতা লেই লেই চেই চেই,‌ জয় আই অসম, বিজেপি চৰকাৰ হুচিয়াৰ, ধ্বনিৰে 'কা'ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰঙিয়া ছাত্র সন্থাৰ ।

BITE : ছাত্ৰ নেতাConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.