ETV Bharat / state

ভৰলু এতিয়া এলাগী

মহানগৰীৰ জনজীৱনৰ বাবে প্ৰয়োজনীয় নদীখন এতিয়া হৈ পৰিছে সকলোৰে এলাগী কাৰণ এতিয়া ভৰলু নৈৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে পৰিণত হৈছে মহানগৰীৰ জাৱৰ জোথৰ পেলোৱা নলা হিচাপেহে ৷নদী খনৰ বৰ্তমানৰ অৱস্থাই এতিয়া কাল হৈছে নদী কাষৰীয়া স্থানীয় লোকৰ লগতে এখন চৰকাৰী বিদ্যালয়ৰ বাবে।

author img

By

Published : Jun 7, 2019, 11:01 PM IST

Bharalu

গুৱাহাটী ,7 জুন : এসময়ৰ মহানগৰীৰ জনজীৱনৰ বাবে প্ৰয়োজনীয় নদীখন এতিয়া হৈ পৰিছে সকলোৰে এলাগী , কাৰণ এতিয়া ভৰলু নৈৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে পৰিণত হৈছে মহানগৰীৰ জাৱৰ জোথৰ পেলোৱা নলা হিচাপেহে ৷

ভৰলু এতিয়া এলাগী !

নৈ খনৰ ওচৰৰে পাৰ হৈ যোৱা মানুহে এতিয়া গোন্ধত নাক কোঁচাই যাব লগীয়া হয় । মন কৰিবলগীয়া কথা এই যে এই মৃত নদী খনৰ কাষতেই আছে এখন চৰকাৰী বিদ্যালয় ।বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে বিদ্যালয়ৰ দৰ্জা খিৰিকী মাৰি পাঠদান দিয়া হয় ছাত্ৰ ছাত্ৰীক।প্ৰধান শিক্ষক গৰাকীয়ে বহুবাৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো বৰ্তমানেও চৰকাৰ তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় লোক তথা পথচাৰী সকলোৱে ভৰলু নৈ পুনৰ জী উঠাটো বিচাৰে কাৰণ নদী খনৰ বৰ্তমানৰ অৱস্থাই অস্বস্তিত পেলাইছে সকলোকে ।

Intro:অসমৰ মূল নদীৰ ভিতৰৰ এখন নদী ভৰলু ।৬.২০ দৈৰ্ঘ্যৰ এইখন নৈৰ মিলন হয় ব্ৰহ্মপুত্ৰত।এসময়ৰ মহানগৰীৰ জনজীৱনৰ বাবে প্ৰয়োজনীয় নদীখন এতিয়া হৈ পৰিছে সকলোৰে এলাগী কাৰণ এতিয়া ভৰলু নৈৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে ভৰলু নৈত পেলনীয়া জাৱৰ জোথৰ আৰু মহানগৰীৰ নলা নৰ্দমা ৰ পানী হে পেলোৱা হয়। নদী খনৰ বৰ্তমানৰ অৱস্থাই এতিয়া কাল হৈছে নদী কাষৰীয়া স্থানীয় লোকৰ লগতে এখন চৰকাৰী বিদ্যালয়ৰ বাবে।

Body:VO1:- এখন মৃতপ্ৰায় অৱস্থাত থকা নদী। মহানগৰীৰ মাজমজিয়াৰে বৈ থকা এইখন নদীৰ অৱস্থাই এতিয়া বিবুদ্ধিত পেলাইছে সকলোকে। কি কৰিব কি নকৰিব এতিয়া এই মৃত অৱস্থাত থকা নদী খনক লৈ। নদী খনৰ ওচৰৰে পাৰ হৈ যোৱা মানুহে এতিয়া গোন্ধত নাক কোঁচাইছে কাৰণ নৈ পৰা দুৰ্গন্ধ ওলাইছে। পানীৰ ৰং দেখিলেই ধাৰণা কৰিব পাৰি কিমান নিৰ্মম ভাবে হত্যাৰ চেষ্টা কৰা হৈছে এইখন নদীক। । কিন্তু মন কৰিবলগীয়া কথা এই যে এই মৃত নদী খনৰ কাষতেই উজ্জীৱিত এখন চৰকাৰী বিদ্যালয় ।যত কণ কণ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে জীৱনৰ আদিপাঠ । বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে বিদ্যালয়ৰ দৰ্জা খিৰিকী মাৰি পাঠদান দিয়া হয় ছাত্ৰ ছাত্ৰীক।
Bite:-প্ৰধান শিক্ষক।
VO2:-প্ৰধান শিক্ষক গৰাকীয়ে বহুবাৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো বৰ্তমানেও চৰকাৰ তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় লোক তথা পথচাৰী সকলোৱে ভৰলু নৈ পুনৰ জী উঠাটো বিচাৰে কাৰণ নদী খনৰ বৰ্তমানৰ অৱস্থাই অস্বস্তিত পেলাইছে সকলোকে ।
Bite:-পথচাৰী।

Conclusion:এখন নদীৰ মৃত্যু মানে এখন সমাজৰ এক সংস্কৃতিক মাৰি পেলোৱা। কাৰণ এখন নদীয়ে যোগ যোগ ধৰি সভ্য সংস্কৃতিৰ ধাৰা বহন কৰি আছে। গতিকে এই বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকলে দুৰ্গন্ধময় এই পৰিবেশৰ মাজত থাকি পৰিবেশ সচেতন হব নে ?নে বহু বছৰৰ পৰা চৰকাৰক আবেদন কৰি থকা প্ৰধান শিক্ষক গৰাকীয়ে ন্যায় পাব নে এনেদৰেই অস্বাস্থ্য কৰ পৰিবেশৰ মাজতেই গ্ৰহণ কৰিব লাগিব ছাত্ৰ ছাত্ৰী সকলে জীৱনৰ আদিপাঠ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.