ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত আবদ্ধ হৈ থকা যাত্ৰীৰ বাবে ৩০ খন বাছ - পৰিবহন বিষয়া গৌতম দাস

কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত দিয়া এই সুবিধা বিমান যাত্ৰী সকলে কেব সন্দৰ্ভত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি শাম নকটালৈকে লাভ কৰিব বুলি প্ৰকাশ কৰে ৷

বৰঝাৰ
বৰঝাৰ বিমানবন্দৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলোৰ সুবিধাৰ্থে ৩০ খন বাছ
author img

By

Published : Dec 14, 2019, 5:29 PM IST

গুৱাহাটী, 14 ডিচেম্বৰঃ বৰঝাৰ বিমানবন্দৰত বিভিন্ন ঠাইৰ পৰা অহা বিমান যাত্ৰী আবদ্ধ হৈ থকাৰ পিছত পৰিবহন বিভাগে যাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৩০ খন বাছ পৰিবহন বিভাগৰ ফালৰ পৰা যোগান ধৰে। মহানগৰীৰ জালুকবাৰী,পল্টনবজাৰ,আই এচ বি টি, খানাপাৰা আদি মহানগৰীৰ বিভিন্ন ঠাইলৈ বিমানবন্দৰ পৰা বাছ সমূহ চলাচল অব্যাহত আছে। পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত দিয়া এই সুবিধা বিমান যাত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি শাম নকটালৈকে লাভ কৰিব বুলি প্ৰকাশ কৰে ।

বৰঝাৰ বিমানবন্দৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলোৰ সুবিধাৰ্থে ৩০ খন বাছ

আনহাতে,কোনো যাত্ৰীয়ে বাছ যাত্ৰাৰ বাবে পৰিবহন বিষয়া গৌতম দাসৰ ৯৪৩৫০-৪০৭০৬ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই। উল্লেখ্য যে,বিগত দিনকেইটাত ৰাজ্যত চলি থকা পৰিস্থিতিৰ বাবে বিমানবন্দৰত হাজাৰ-হাজাৰ যাত্ৰী আবদ্ধ থকাৰ লগতে বিগত ৩ দিনত বাতিল হৈছে মুঠ ২৬খন বিমান।

আৰু পঢ়কঃ ভাৰতৰ 5 ৰাজ্যই মানি নলয় নাগৰিকত্ব সংশোধনী আইন

Intro:Body:

বৰঝাৰ বিমানবন্দৰত আবদ্ধ হৈ থকা যাত্ৰীসকলোৰ সুবিধাৰ্থে পৰিবহন বিভাগৰ প্ৰায় ৩০ খন বাছ যোগান ।

Ocvo...বিভিন্ন ঠাইৰ পৰা অহা বিমান যাত্ৰী সকল বৰঝাৰ বিমানবন্দৰত আবদ্ধ হৈ থকাৰ পিছত পৰিবহন বিভাগে যাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৩০ খন বাছ পৰিবহন বিভাগৰ ফালৰ পৰা যোগান ধৰে । মহানগৰীৰ জালুকবাৰী, পল্টনবজাৰ,আই এচ বি টি, খানাপাৰা আদি মহানগৰীৰ বিভিন্ন ঠাইলৈ বিমানবন্দৰ পৰা বাছ সমূহ চলাচল অব্যাহত আছে । পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত দিয়া এই সুবিধা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি শাম নকটালৈকে এই সুবিধা লাভ কৰিব বিমান যাত্ৰী সকলে । আৰু কোনো যাত্ৰীয়ে বাছ যাত্ৰাৰ বাবে পৰিবহন বিষয়া গৌতম দাসৰ ৯৪৩৫০-৪০৭০৬ এই নম্বৰত যোগাযোগ কৰিব পাৰে বুলি জনাই । উল্লেখ্য যে বিগত দিনকেইটাত ৰাজ্যত চলি থকা পৰিস্থিতিৰ বাবে বিমানবন্দৰত হাজাৰ-হাজাৰ যাত্ৰী আৱদ্ধ হৈ আছিল লগতে বিগত ৩ দিনত বাতিল হৈছে মুঠ ২৬খন বিমান ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.