ETV Bharat / state

দুৰ্বৃত্তই জ্বলালে দুই স্থান সংযোগী একমাত্ৰ বাঁহৰ সাঁকো - ৰঙিয়াৰ লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী একমাত্ৰ বাঁহৰ সাঁকো

নিশা দুৰ্বৃত্তই জ্বলালে ৰঙিয়াৰ লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী একমাত্ৰ বাঁহৰ সাঁকো ৷ লাহাপাৰাৰ দিশত জুই লগাত সাঁকোখনৰ প্ৰায় দহ মিটাৰ অংশ জাহ যায় ৷

একমাত্ৰ বাঁহৰ সাঁকো জ্বলালে দুৰ্বৃত্তই
author img

By

Published : Sep 22, 2019, 3:02 PM IST

ৰঙিয়া, 22 ছেপ্তেম্বৰ : নিশা দুৰ্বৃত্তই জ্বলালে ৰঙিয়াৰ লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী একমাত্ৰ বাঁহৰ সাঁকো ৷ লাহাপাৰাৰ দিশত জুই লগাত সাঁকোখনৰ প্ৰায় দহ মিটাৰ অংশ জাহ যায় ৷ ঘটনাৰ খবৰ লাভ কৰি ৰাতিয়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিভাগ ৷ উল্লেখ্য যে, লাহাপাৰাৰ দিশৰ পৰা যাতায়তৰ একমাত্ৰ সম্বল আছিল এই সাঁকোখন ৷ সাঁকোখন জ্বলি যোৱাৰ ফলত পুৱাৰ ভাগত স্থানীয় ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷

লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী বাঁহৰ সাঁকো জ্বলালে দুৰ্বৃত্তই

ইয়াৰ পাছতে স্থানীয় যুৱকসকলে হাতে - কামে লাগি সাঁকোখনৰ মেৰামতি কৰিবলৈ চেষ্টা কৰে ৷

Intro:ৰাতি দুৰ্বৃত্তই জুই দিলে ৰঙিয়া তুলসীবাৰী আৰু লাহাপাৰা সংযোগী একমাত্ৰ বাঁহৰ সাকোতBody:লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপুৰ সংযোগী বাঁহৰ সাকো খনত যোৱা ৰাতি কোনোবা দুৰ্বৃত্তই জুই লগাই দিয়ে। লাহাপাৰাৰ দিশৰ পাৰে লগা জুইত দলঙখনৰ প্ৰায় দহ মিটাৰ অংশ জাহ যায়। ৰাতিতেই আৰক্ষী ঘটনা স্থলীত উপষ্ঠিত হৈ তদন্ত আৰম্ভ কৰিছে। লাহাপাৰাৰ দিশৰ পৰা যাতায়তৰ একমাত্ৰ সম্বল এই সাকো খন। জ্বলি যোৱাৰ ফলত পুৱাৰ পৰা ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। স্থানীয় যুৱক সকলে হাতে কামে লাগি যিমান পাৰি সিমান সোনকালে সাকোখনৰ মেৰামতি কৰিবলৈ চেষ্টা কৰিছে।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.