ETV Bharat / state

অসম-মেঘালয় সীমান্তৱৰ্তী ভোলাগাঁৱত বায়খো উৎসৱ উদযাপন

জেঠ মাহৰ পূৰ্ণিমা তিথিত আয়োজন কৰা বায়খো উৎসৱত ১৩ গৰাকী দেৱ-দেৱীক পূজা-অৰ্চনা কৰি গাহৰি-মুৰ্গী উচৰ্গা কৰা হয় ।

author img

By

Published : Jun 7, 2019, 5:51 PM IST

অসম-মেঘালয় সীমান্তৱৰ্তী ভোলাগাঁৱত বায়খো উৎসৱ উদযাপন

দক্ষিণ কামৰূপ,7 জুন : ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ আয়ুস ৰেখা বাপতি সাহোন কৃষি ভিত্তিক বায়খো উৎসৱ । বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰসন্থা,বৰদুৱাৰ ভোলাগাঁও ষষ্ঠ অনুসূচী দাবী সমিতি,বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটৰ পৰম্পৰা অনুসৰি উদযাপন কৰা হয় ষষ্ঠ বাৰ্ষিকি বায়খো উৎসৱ । জেঠ মাহৰ পুৰ্ণিমা তিথিত আয়োজন কৰা বায়খো উৎসৱত ১৩ গৰাকী দেৱ-দেৱীক পূজা-অৰ্চনা কৰি গাহৰি-মুৰ্গী দেৱ-দেৱীক উচৰ্গা কৰা হয় । লগতে বায়খো উৎসৱৰ লগত সংগতি ৰাভাসকলৰ বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় ।

Slug:-As_Kam_7jun_baikho_utsav_801-802_vis+bite+Photo_as10020

দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী ভোলাগাওত বায়খো উৎসৱ উৎযাপন ।

Vo..ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ আয়ুস ৰেখা বাপতি সাহোন কৃষি ভিত্তিক বায়খো উৎসৱ । বৰদুৱাৰ ভোলাগাও আঞ্চলিক ৰাভা ছাত্ৰসন্থা,বৰদুৱাৰ ভোলাগাও ষষ্ঠ অনুসুচী দাবী সমিতি,বৰদুৱাৰ ভোলাগাও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বৰদুৱাৰ ভোলাগাও আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটৰ পৰম্পৰা অনুসৰি উৎযাপন কৰা হয় ষষ্ঠম বাৰ্ষিকি বায়খো উৎসৱ । জেঠ মাহৰ পুৰ্ণিমা তিথিত কৰা বায়খো এই উৎসৱত ১৩ টা দেৱ-দেৱীক পূজা-অৰ্চনা কৰি গাহৰি-মুৰ্গী দেৱ-দেৱীক উচৰ্গা কৰা হয় । লগতে বায়খো উৎসৱৰ লগত সংগতি বায়খো পুজা,বিভিন্ন ৰাভা সকলৰ ৰাভা লোক কৃষ্টি প্ৰদৰ্শন মুকলি সভা অনুষ্ঠিত হয় ।

Bite...

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.