বাইহাটা, 21 জুলাইঃ এনজিঅ'ৰ পৰা ধন লৈ উধাও বাইহাটা চাৰিআলিৰ এজন যুৱক ৷ বাইহাটা চাৰিআলিৰ গোগ গাঁৱৰ ৰাহুল আলী নামৰ যুৱকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ অঞ্চলটোৰ আঠটাকৈ এনজিঅ'ৰ পৰা ধন লৈ পলায়ন কৰিছে যুৱকজনে ৷ উত্তেজিত মহিলাসকলে ৰাহুলক নাপাই ৰাহুলৰ মাকক ঘেৰাও কৰি ৰাখে ৷ মহিলাসকলে ইতিমধ্যে বাইহাটা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰাইছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই ৷
এনজিঅ'ৰ ধন লৈ উধাও যুৱকঃ পুত্ৰক নাপাই মাতৃক ঘেৰা মহিলাৰ - ইটিভি ভাৰত
অঞ্চলটোৰ আঠটাকৈ এনজিঅ'ৰ পৰা ধন লৈ পলায়ন কৰিছে যুৱকজনে ৷ উত্তেজিত মহিলাসকলে ৰাহুলক নাপাই ৰাহুলৰ মাকক ঘেৰাও কৰি ৰাখে ৷

অভিযুক্ত ৰাহুল আলি
বাইহাটা, 21 জুলাইঃ এনজিঅ'ৰ পৰা ধন লৈ উধাও বাইহাটা চাৰিআলিৰ এজন যুৱক ৷ বাইহাটা চাৰিআলিৰ গোগ গাঁৱৰ ৰাহুল আলী নামৰ যুৱকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ অঞ্চলটোৰ আঠটাকৈ এনজিঅ'ৰ পৰা ধন লৈ পলায়ন কৰিছে যুৱকজনে ৷ উত্তেজিত মহিলাসকলে ৰাহুলক নাপাই ৰাহুলৰ মাকক ঘেৰাও কৰি ৰাখে ৷ মহিলাসকলে ইতিমধ্যে বাইহাটা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰাইছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই ৷
পুত্ৰক নাপাই মাতৃক ঘেৰা মহিলাৰ
পুত্ৰক নাপাই মাতৃক ঘেৰা মহিলাৰ
Intro:Baihata NGO Dhan Lut
V/O:--বাইহাটা চাৰিআলিত পুত্ৰক নাপায় মাকক জেৰা এদল মহিলাৰ । বাইহাটা চাৰিআলিৰ গোগ গাৱৰ ৰাহুল আলি নামৰ যুৱক জনে একে গাৱৰে আঠটা মহিলা গোটৰ ধন আত্মস্যাত কৰাৰ অভিযোগ আনিছে মহিলা সকলে ।আঠটা মহিলা গোটৰ পৰা ৰাহুলে ৩০ লাখ টকা ঋণ লৈ চাৰি মাহ ধৰি পলাতক হৈ থকা বুলিও আনিছে অভিযোগ । আাজি দিম কালি দিম বুলি কৈ ঋণ পৰিশোধ নকৰি পলায়ণ কৰি থকা ৰাহুলক নাপায় ৰাহুলৰ মাককে ভেটি ধৰিছে মহিলা গোটৰ সদস্য সকলে । ইতিমধ্যে মহিলা গোট সমুহে বাইহাটা চাৰিআলি আৰক্ষী থানাত এই বিষয়ে অৱগত কৰিছে যদিও কোনো ধৰনৰ গোচৰ মহিলা সকলে ৰুজু কৰা নাই । ৰাহুলৰ পলায়ণৰ ক্ষেত্ৰত পৰিয়ালৰ সকলোৰে সহযোগ থকা বুলিও উল্লেখ কৰে মহিলা সকলে ।
বাইট:---
বাইট:----
বাইট:---Body:.Conclusion:.