ETV Bharat / state

বাইহাটাৰ ভঙা মথাউৰিত মন্ত্ৰী হিমন্তৰ চৰজমিন তদন্ত

কাৰ গাফিলতিৰ বাবে ৰাইজৰ দুৰ্দশা ? জলসম্পদ বিভাগৰ ৰঙিয়া উপ সংমণ্ডলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বানপীড়িত ৰাইজৰ ৷ তেওঁলোকৰ অভিযোগ মথাউৰি ভঙাৰ পূৰ্বে বিভাগে অঞ্চলটোত মথাউৰি ৰক্ষাৰ ব্যৱস্থা নকৰিলে ৷

author img

By

Published : Jul 18, 2019, 4:24 PM IST

Updated : Jul 18, 2019, 5:07 PM IST

মন্ত্ৰী হিমন্তৰ চৰজমিন তদন্ত

বাইহাটা,18 জুলাইঃ জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে আঠগাঁৱত বাঢ়নী পানীত ভাঙিল মথাউৰি, ৰাইজ সন্তুষ্ট নহয় জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ ওপৰত ৷ বৃহস্পতিবাৰে পুৱাই আঠগাৱৰ মথাউৰি পৰিদৰ্শন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কি কেনেকৈ ভাঙিবলৈ পালে আঠগাঁৱৰ বাহবৰীৰ মথাউৰি ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত লগে লগে ঘোষণা কৰিলে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

ভঙা মথাউৰিত মন্ত্ৰী হিমন্তৰ চৰজমিন তদন্ত

Intro:BAIHATA AATHGAON FLOOD HIMANTA ENQUIRY

# আঠগাৱৰ মথাউৰি ভঙা ঘটনাৰ তদন্ত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

# জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে আঠগাৱত মথাউৰি ভঙাৰ গুৰুতৰ অভিযোগ স্হানীয় লোকৰ।

#আজি পূবাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে আঠগাৱৰ বাহবৰীৰ ছিন্ন মথাউৰি।

# অঞ্চলটোৰ শিবিৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে বুজ লয় বন্যাৰ্তৰ।

# মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ ৰঙিয়া উপ সংমন্ডলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বানপীড়িতৰ।

# মথাউৰি ভঙাৰ পূৰ্বে বিভাগে অঞ্চলটোত মথাউৰি ৰক্ষাৰ ব্যৱস্থা নকৰাৰ অভিযোগ।

# নৈ খনিত বালি মাটি খন্দাৰ ফলতো নৈ খনিয়ে কালৰূপ ধাৰণ কৰাৰ অভিযোগ বন্যাৰ্তৰ।

# যাৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

# মথাউৰি সমুহক পথ হিচাপে নিৰ্মাণ কৰাৰ পোষকতা বিত্ত মন্ত্ৰী গৰাকীৰ।

# শীৰ্ঘে বান বিধ্বস্ত পথ সমুহ নিৰ্মাণ কৰাৰ কথা ঘোষণা মন্ত্ৰী শৰ্মাৰ।

# বানপীড়িতক সকলো ধৰনৰ সহায় সহযোগিতা কৰাৰো জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।Body:.Conclusion:.
Last Updated : Jul 18, 2019, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.