ETV Bharat / state

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বাইহাটাত অভিযান

author img

By

Published : Nov 21, 2019, 5:01 AM IST

বাইহাটাত অবৈধভাৱে কাঠফলা মিল স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলায় থকা একাংশ লোকৰ বিৰুদ্ধে বুধবাৰে চলিল বনবিভাগৰ অভিযান ৷ অভিযানত এটা অবৈধ কাঠফলা মিল ৷

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বাইহাটাত অভিযান

বাইহাটা, 20 নৱেম্বৰঃ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে তৎপৰ হৈছে বনবিভাগ ৷ অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে কাঠফলা মিল স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলায় থকা একাংশ লোকৰ বিৰুদ্ধে বুধবাৰে চলিল বনবিভাগৰ অভিযান ৷ ৰঙিয়া বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ পৰা যোৱা বনবিভাগৰ এটা দলে বাইহাটাত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলায়। দণ্ডাধীশ সুৰজিৎ বৰাৰ উপস্থিতিত বন বিভাগৰ কৰ্মচাৰীয়ে কমলপুৰৰ নিকটৱৰ্তী দগাঁৱত অভিযান চলাই জব্দ কৰে এটা অবৈধ কাঠ ফলা মিল। লগতে অভিযানকাৰী দলটোৱে বাইহাটা চাৰিআলিৰ ভিন্ন প্ৰান্তত থকা অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধেও অভিযান চলাব বুলিও উল্লেখ কৰে ।

লগতে পঢ়কঃউজনিৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰৰ 400 কোটিৰ অনুদান

Intro:Baihata illegal timber mil seized
V/O: সৰব হৈ উঠিল বন বিভাগ । অভিযান চলিল অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে ।ৰঙিয়া বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ৰ পৰা বাইহাটাত অভিযান চলিল অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে ।দণ্ডাধীশ সুৰজিৎ বৰাৰ উপস্থিতিত বন বিভাগৰ কৰ্মচাৰীয়ে কমলপুৰৰ নিকটবৰ্তী দগাঁৱত অভিযান চলাই জব্দ কৰে এটি অবৈধ কাঠ ফলা মিল। লগতে অভিযানকাৰী দলটোয়ে বাইহাটা চাৰিআলিৰ ভিন্ন প্ৰান্তত থকা অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধেও অভিযান চলাব বুলিও উল্লেখ কৰে ।

বাইটBody:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.