ETV Bharat / state

সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰিলে কমলপুৰৰ হিমানজ্যোতিয়ে

author img

By

Published : Jan 19, 2020, 11:07 AM IST

ডেৰাডুনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এক সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে, কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদৈপখিয়াৰ হিমানজ্যোতি দাস নামৰ কিশোৰ গৰাকীয়ে ৷

হিমানজ্যোতি দাস
হিমানজ্যোতি দাস

বাইহাটা, 19 জানুৱাৰীঃ কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদৈপখিয়াৰ হিমানজ্যোতি দাস নামৰ কিশোৰ গৰাকীয়ে, সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ডেৰাডুনত দুদিনীয়া কাৰ্যসূচীৰে 'মনো অভিনয় সাংস্কৃতিক কলা সংস্থান'নে অনুষ্ঠিত কৰা 'চান ৰং মহোৎৱ'ত আধুনিক নৃত্য প্ৰতিযোগিতাত হিমানজ্যোতিয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা প্ৰথম স্থান দখল হিমানজ্যোতি দাসৰ

বৰদৈপখিয়া গাঁৱৰ সমীন চন্দ্ৰ দাস আৰু চুমি শইকীয়া দাসৰ সন্তান হিমানজ্যোতিয়ে প্ৰতিযোগিতা খনৰ, ছেমি ক্লাছিকেল ছেমি ক্লাছিকেল নৃত্যটো দ্বিতীয় স্থান দখল কৰি ৰাজ্যখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পুঠিমাৰী পায়'নিয়াৰ একাডেমীৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ হিমানজ্যোতিয়ে ৰঙিয়াৰ ৰুণজুন অভিনয় আৰু নৃত্য একাডেমীত, নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহন কৰি থকাৰ লগতে দদৰাৰ মহেশ দাস নৃত্য প্ৰশিক্ষণ কেন্দ্ৰটো কথক নৃত্যৰ প্ৰশিক্ষণ গ্ৰহন কৰি আছে ৷

লগতে পঢ়কঃ স্বৰ্ণ জয়ৰ আশাৰে দেওবাৰে ৰিঙত নামিব অংকুশিতা

Intro:V/O - কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদৈপখিয়াৰ হীমানজ্যোতি দাস নামৰ কিশোৰ গৰাকীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা প্ৰথম স্হান অধিকাৰ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ডেৰাডুনত দুদিনীয়া কাৰ্যসূচীৰে MONU ABHINAYA SANSKRITIK KALA SANSTHAN নামৰ সাংস্কৃতিক সংস্হাটোৱে অনুষ্ঠিত কৰা চান ৰং মহোৎসৱত আধুনিক নৃত্য প্ৰতিযোগিতাত হীমানজ্যোতিয়ে প্ৰথম স্হান অধিকাৰ কৰিবলৈ সক্ষম হয় । বৰদৈপখিয়া গাঁৱৰ সমীন চন্দ্ৰ দাস আৰু চুমি শইকীয়া দাসৰ সন্তান হীমানজ্যোতিয়ে উক্ত প্ৰতিযোগিতা খনিৰ ছেমি ক্লাছিকেল নৃত্যটো দ্বিতীয় স্হান দখল কৰি ৰাজ্যখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । পুঠিমাৰী পায়নিয়াৰ একাডেমিৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ হীমানজ্যোতিয়ে ৰঙিয়াৰ ৰুণজুন অভিনয় আৰু নৃত্য একাডেমিত নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহন কৰি থকাৰ লগতে দদৰাৰ মহেশ দাস নৃত্য প্ৰশিক্ষণ কেন্দ্ৰটো কথক নৃত্যৰ প্ৰশিক্ষণ গ্ৰহন কৰি আছে। ডেৰাডুনৰ নগৰ নিগম হলত অনুষ্ঠিত চান ৰং মহোৎসৱত কিশোৰ গৰাকীয়ে ৰাজ্যবাসীলৈ সুনাম কঢ়িয়াই অনাৰ লগতে ২০১৮ বৰ্ষত উৰিষ্যাৰ কটকত গ্লোবাল থিয়েটাৰ মহোৎসৱতো আধুনিক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্হান আৰু ২০১৯ ৰঙিয়াত লোক কৃষ্টি কলা কেন্দ্ৰই আয়োজন কৰা সৰ্বভাৰতীয় নৃত্য প্ৰতিযোগিতা ত প্ৰথম স্হান দখল কৰিবলৈ সক্ষম হৈছিল ।
Byte:---
Byte:---
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.