বাইহাটা, 12 আগষ্ট : শাওণ মাহক শিৱৰ বাবে পবিত্ৰ মাহ হিচাপে গণ্য কৰে হিন্দু সনাতন ধৰ্মৰ লোকে। শিৱ পুৰাণৰ মতে এই শাওণ মাহত প্ৰতিটো সোমবাৰত শিৱক যদি বোৱতী নদীৰ পানী আৰু বেলপাতেৰে পূজা অৰ্চনা কৰা হয় তেতিয়া ভক্তৰ মনোকামনা পূৰ্ণ হয় । তাকে সৰোগত কৰি শাওণৰ শেষৰটো সোমবাৰত ভক্তই ভিৰ কৰিলেহি বাইহাটা চাৰিআলিৰ গোপেশ্বৰ দেৱালয়ত। হাজাৰ হাজাৰ ভক্তই নিজৰ মনোকামনা পূৰণৰ আশাৰে শাওণৰ শেষৰটো সোমবাৰত ভগৱান শিৱৰ বাবে আগবঢ়ালে পূজা অৰ্চনা। লগতে কমলপুৰৰ লেজাটো দেখা গ'ল ভক্তই শিৱ পূজা কৰাৰ দৃশ্য। ব'ল ব'ম উপলক্ষে শেষৰটো সোমবাৰত কমলপুৰ ভাঙৰা গোঁসাই থানত ভক্তগণই কৰে বিশেষ পূজা অৰ্চনা ৷
বাইহাটা চাৰিআলিত শাওণীয়া শিৱ পূজা - SIVA PUJA
শাওণৰ শেষৰটো সোমবাৰত বাইহাটা চাৰিআলিৰ গোপেশ্বৰ দেৱালয়ত শাওণীয়া শিৱ পূজাৰ বাবে ভক্তগণৰ ভীৰ
বাইহাটা, 12 আগষ্ট : শাওণ মাহক শিৱৰ বাবে পবিত্ৰ মাহ হিচাপে গণ্য কৰে হিন্দু সনাতন ধৰ্মৰ লোকে। শিৱ পুৰাণৰ মতে এই শাওণ মাহত প্ৰতিটো সোমবাৰত শিৱক যদি বোৱতী নদীৰ পানী আৰু বেলপাতেৰে পূজা অৰ্চনা কৰা হয় তেতিয়া ভক্তৰ মনোকামনা পূৰ্ণ হয় । তাকে সৰোগত কৰি শাওণৰ শেষৰটো সোমবাৰত ভক্তই ভিৰ কৰিলেহি বাইহাটা চাৰিআলিৰ গোপেশ্বৰ দেৱালয়ত। হাজাৰ হাজাৰ ভক্তই নিজৰ মনোকামনা পূৰণৰ আশাৰে শাওণৰ শেষৰটো সোমবাৰত ভগৱান শিৱৰ বাবে আগবঢ়ালে পূজা অৰ্চনা। লগতে কমলপুৰৰ লেজাটো দেখা গ'ল ভক্তই শিৱ পূজা কৰাৰ দৃশ্য। ব'ল ব'ম উপলক্ষে শেষৰটো সোমবাৰত কমলপুৰ ভাঙৰা গোঁসাই থানত ভক্তগণই কৰে বিশেষ পূজা অৰ্চনা ৷
V/O:---- শাওন মাহত হিন্দু সনাতন ধৰ্মৰ লোক সকলে বিশেষ ভাবে পূজা পাঠ কৰে । শাওন মাহক শিৱৰ বাবে পবিত্ৰ মাহ হিচাপে গন্য কৰে । শিৱ পুৰাণৰ মতে এই শাওন মাহত প্ৰতিটো সোমবাৰত শিৱক যদি বোৱতী নদীৰ পানী আৰু বেলপাতেৰে পূজা অৰ্চনা কৰা হয় তেতিয়া ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি বিস্বাস । তাকে সৰোগত কৰি শাওণৰ শেষৰটো সোমবাৰত ভক্তই ভীৰ কৰিলেহি বাইহাটা চাৰিআলিৰ গোপেশ্বৰ দেৱালয় । হাজাৰ হাজাৰ ভক্তই নিজৰ মনোকামনা পূৰণ ৰ আশাৰে শাওনৰ শেষৰটো সোম বাৰত শিৱ প্ৰভূৰ বাবে আগবঢ়ালে পূজা অৰ্চনা ।
Byte:---
V/O:---- আনফালে কমলপুৰৰ লেজাটো দেখা গ'ল ভক্তই শিৱ পূজা কৰাৰ দৃশ্য । বল বম উপলক্ষে শেষৰটো সোমাবাৰত অনুষ্ঠিত বিশেষ ধৰনৰ পূজা অৰ্চনা ।
বাইট:----Body:.Conclusion:.