ETV Bharat / state

বিশ্বৰ চতুৰ্থতম ওখ শৃংগত উৰিল অসমীয়াৰ স্বাভীমান 'গামোচা'

প্ৰায় 6 হাজাৰ মিতাৰ উচ্চতা আৰু 20 হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পৰ্বত আৰোহি চন্দন আৰু শশীয়ে ৷

বিশ্বৰ চতুৰ্থতম ওখ শৃংগত দুই অসম সন্তানে উৰুৱালে অসমৰ ফুলাম গামোচা
author img

By

Published : Jun 1, 2019, 12:35 PM IST

কামৰূপ , 01 জুন: বিশ্বৰ চতুৰ্থতম ওখ শৃংগ আফ্ৰিকাৰ মাউন্ট কিলিমানজাৰোত অসমৰ পৰ্বত আৰোহিৰ দলে উৰুৱালে অসমীয়া গামোচা ৷ কঠোৰ প্ৰত্যাহ্বান আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে গৈ উত্তৰ গুৱাহাটীৰ দুই পৰ্বত আৰোহি চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে মাউন্ট কিলিমানজাৰোত আৰোহণ কৰি অসমীয়াৰ ধ্বজা-অসমীয়া গামোচা উৰুৱাই ৷

বিশ্বৰ চতুৰ্থতম ওখ শৃংগত দুই অসম সন্তানে উৰুৱালে অসমৰ ফুলাম গামোচা

প্ৰায় 6 হাজাৰ মিতাৰ উচ্চতা আৰু 20 হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পৰ্বত আৰোহি চন্দন আৰু শশীয়ে ৷ মাইনাচ 20 ডিগ্ৰী চেলচিয়াছ প্ৰতিকূল বতৰৰ তুষাৰ পাত বাধাকো নেওচি দুই অসম সন্তান কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হয় ৷ অসম সন্তানদ্বয়ৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে উত্তৰ গুৱাহাটীবাসী ৷ উল্লেখ্য যে বিশ্বৰ চতুৰ্থ ওখ শৃংগ মাউন্ট কিলিমানজাৰোত আৰোহণ কৰা এই দলটো প্ৰথম অসমীয়া পৰ্বত আৰোহণকাৰী দল ৷ আফ্ৰিকাৰ পৰাই হাতত অসমীয়া গামোচা লৈ দুই পৰ্বত আৰোহিয়ে কলে তেওঁলোকৰ মনৰ কথা ৷

*SLUG= NORTH GHY PORBOT AROHAN*
*(বিশ্বৰ চতুৰ্থতম ওখ শৃংগত দুই অসম সন্তানে উৰুৱালে অসমৰ ফুলাম গামোচা)*

SCRIPT= বিশ্বৰ চতুৰ্থতম ওখ শৃংগ আফ্ৰিকাৰ মাউন্ট কিলিমানজাৰোত অসমৰ পৰ্বত আৰোহিৰ দলে উৰুৱালে অসমীয়া গামোচা। কঠোৰ প্ৰত্যাহ্বান কঠোৰ পৰিশ্ৰমৰ মাজেৰে গৈ উত্তৰ গুৱাহাটীৰ দুই পৰ্বত আৰোহি চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে বিশ্বৰ চতুৰ্থ ওখ শৃংগ মাউন্ট কিলিমানজাৰোত আৰোহণ কৰি অসমীয়াৰ ধ্বজা অসমীয়া গামোচা উৰুৱালে দুই অসম সন্তানে। প্ৰায় ৬ হাজাৰ মিতাৰ উচ্চতা আৰু 20 হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ কঢ়িয়াইছে গৌৰৱ। যথেষ্ট ঘাট প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি শৃংগৰ শিখৰত আৰোহণ কৰি দুই অসম সন্তান চন্দন দাস আৰু শশী প্ৰকাশ ৰায় উৎফুল্লিত আৰু আনন্দিত। মাইনাচ 20 ডিগ্ৰী চেলচিয়াছ প্ৰতিকূল বতৰ তুষাৰ পাত বাধা নেওচি দুই অসম সন্তান উপস্থিত হল কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত। দুই অসম সন্তানৰ এনে সফল্যত উত্তৰ গুৱাহাটী বাসী উৎফুল্লিত। বিশ্বৰ চতুৰ্থ ওখ শৃংগ মাউন্ট কিলিমানজাৰোত আৰোহণ কৰা প্ৰথমতো অসমীয়া পৰ্বত আৰোহণ কাৰী দল এইটো। আফ্ৰিকাৰ পৰাই হাতত অসমীয়া গামোচা লৈ দুই পৰ্বত আৰোহিয়ে কলে তেওঁলোকৰ মনৰ কথা।

*VISAUL SEND BY FTP*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.