ৰঙিয়া, 16 মেঃ বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধিৱেশন ৷ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনৰ অন্ত পৰিব সাংস্কৃতিক সন্ধিয়াৰে ৷ 16সংখ্যক এই অধিবেশনৰ বাবে বৃহস্পতিবাৰে দ্বাৰকুছিৰ ছিকনিবাৰীত আহি একত্ৰিত হৈছে সহস্ৰাধিক লোক। দ্বাৰকুছি আঞ্চলিক সমিতিৰ সহযোগত আৰম্ভ হোৱা অধিবেশনৰ দ্বিতীয় দিনা পুৱাৰ ভাগত এক শোভাযাত্ৰাৰে দিনটোৰ কাৰ্যক্ৰমণিকাৰ আৰম্ভণি কৰা হয়। প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাটোৱে দ্বাৰকুছিৰ পৰা তুলসিবাৰীলৈ গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰে।
বিটিচি বাঙালী যুৱ ফেডাৰেশ্বনৰ অধিৱেশন - etv bharat
বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনৰ অন্ত পৰিব সাংস্কৃতিক সন্ধিয়াৰে ৷ 16সংখ্যক এই অধিবেশনৰ বাবে বৃহস্পতিবাৰে দ্বাৰকুছিৰ ছিকনিবাৰীত আহি একত্ৰিত হৈছে সহস্ৰাধিক লোক।
ৰঙিয়া, 16 মেঃ বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধিৱেশন ৷ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনৰ অন্ত পৰিব সাংস্কৃতিক সন্ধিয়াৰে ৷ 16সংখ্যক এই অধিবেশনৰ বাবে বৃহস্পতিবাৰে দ্বাৰকুছিৰ ছিকনিবাৰীত আহি একত্ৰিত হৈছে সহস্ৰাধিক লোক। দ্বাৰকুছি আঞ্চলিক সমিতিৰ সহযোগত আৰম্ভ হোৱা অধিবেশনৰ দ্বিতীয় দিনা পুৱাৰ ভাগত এক শোভাযাত্ৰাৰে দিনটোৰ কাৰ্যক্ৰমণিকাৰ আৰম্ভণি কৰা হয়। প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাটোৱে দ্বাৰকুছিৰ পৰা তুলসিবাৰীলৈ গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰে।
Bite:- উদ্যোক্তাConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা