ETV Bharat / state

আবছুৰ উদ্যোগত দুখীয়া মেধাৱী শিক্ষাৰ্থীলৈ ইউপিএছচি পৰীক্ষাৰ প্ৰশিক্ষন

author img

By

Published : May 12, 2019, 6:30 PM IST

অনুষ্ঠানটোত এইবাৰ ইউপিএছচিত স্থান দখল কৰিবলৈ সক্ষম হোৱা তাপস বসুমতাৰী আৰু ফ্ৰমান ব্ৰহ্মৰ লগতে আন অতিথিসকলেও ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যে ভাষণ প্ৰদান কৰে ।

ইউপিএছচিত স্থান দখল কৰিবলৈ দুখীয়া মেধাবী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষন আবছুৰ

ৰঙিয়া, ১২ মেঃ ৰঙিয়া মহাবিদ্যালয়ত আবছুই অনুষ্ঠিত কৰিলে এদিনিয়া কৰ্মশালা । ইউপিএছচিত স্থান দখল কৰিবলৈ দুখীয়া মেধাবী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষনৰ ব্যৱস্থা আবছুৰ ।

দুখীয়া কিন্তু মেধাৱী ছাত্র ছাত্ৰী সকলক চৰকাৰী চাকৰিৰ উচ্চ পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাত সহায় কৰিবলৈ ২০১০ চনৰ পৰাই আবছুই এই প্ৰশিক্ষণৰ ব‍্যৱস্থা কৰি আহিছে। প্ৰশিক্ষণটোত অংশগ্ৰহণ কৰিব বিচৰা ছাত্র ছাত্ৰী সকলৰ পৰীক্ষা লোৱাৰ পাছত, ভাল প্ৰদৰ্শন কৰা পঞ্চাশ গৰাকীক প্ৰশিক্ষাৰ্থীক বিশেষ ভাৱে প্ৰশিক্ষণ দিয়াৰ ব‍্যৱস্থা কৰে আবছুএ । দেওবাৰে দিনৰ ভাগত নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় কমিটিৰ উদ‍্যোগত ৰঙিয়া মহাবিদ্যালয়ৰ কেন্দ্ৰীয় সভাকক্ষত এদিনিয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়। আঠশ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত অনুষ্ঠানটোত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া সকলৰ লগতে এইবাৰ ইউপিএছচিত স্থান দখল কৰিবলৈ সক্ষম হোৱা তাপস বসুমতাৰী আৰু ফ্ৰমান ব্ৰহ্ম উপষ্ঠিত থাকে। আবছুৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি দীপেন বড়োৱে পৰিচালনা কৰা অনুষ্ঠানটোত মঞ্চত উপবিষ্ট হয় বাক্সা জিলাৰ এছ পি প্ৰতীক থুবে বিজয় কুমাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ প্ৰবক্তা ভুপেন নাৰ্জাৰী, ৰঙিয়াৰ মহকুমাধিপতী মুনীন্দ্ৰ বৰদলৈৰ লগতে কেইবাজনো গণ‍্যমান‍্য ব‍্যক্তি। অনুষ্ঠানটোত এইবাৰৰ ইউপিএছচিত স্থান দখল সক্ষম হোৱা তাপস বসুমতাৰী আৰু ফ্ৰমান ব্ৰহ্মৰ লগতে আন অতিথিসকলেও ছাত্ৰ- ছাত্ৰী সকলৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক - গুৱাহাটী বিশ্ববিদ্যালয়ত যুৱ প্ৰজন্ম আৰু সংবাদ মাধ্যমৰ যুক্তি

Intro:ৰঙিয়া মহাবিদ্যালয়ত আবছুএ অনুষ্ঠিত কৰিলে এদিনিয়া কৰ্মশালা। মুলতঃ দুখীয়া কিন্তু মেধাৱী ছাত্র ছাত্ৰী সকলক চৰকাৰী চাকৰিৰ উচ্চ পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাত সহায় কৰিবলৈ ২০১০ চনৰ পৰাই আবছুই এই প্ৰশিক্ষণৰ ব‍্যৱস্থা কৰি আহিছে। প্ৰশিক্ষণটোত অংশগ্ৰহণ কৰিব বিচৰা ছাত্র ছাত্ৰী সকলৰ পৰীক্ষা লোৱাৰ পাছত, ভাল প্ৰদৰ্শন কৰা পঞ্চাশ গৰাকীক প্ৰশিক্ষাৰ্থীক বিশেষ ভাৱে প্ৰশিক্ষণ দিয়াৰ ব‍্যৱস্থা কৰে আবছুএ।Body:দেওবাৰে দিনৰ ভাগত নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় কমিটিৰ উদ‍্যোগত ৰঙিয়া মহাবিদ্যালয়ৰ কেন্দ্ৰীয় সভাকক্ষত এদিনিয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়। আঠশ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত অনুষ্ঠানটোত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া সকলৰ লগতে এইবাৰ ইউপিএছচিত স্থান দখল কৰিবলৈ সক্ষম হোৱা তাপস বসুমতাৰী আৰু ফ্ৰমান ব্ৰহ্ম উপষ্ঠিত থাকে। আবছুৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি দীপেন বড়োৱে পৰিচালনা কৰা অনুষ্ঠানটোত মঞ্চত উপবিষ্ট হয় বাক্সা জিলাৰ এছ পি প্ৰতীক থুবে বিজয় কুমাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ প্ৰবক্তা ভুপেন নাৰ্জাৰী, ৰঙিয়াৰ মহকুমাধিপতী মুনীন্দ্ৰ বৰদলৈৰ লগতে কেইবাজনো গণ‍্যমান‍্য ব‍্যক্তি। অনুষ্ঠানটোত এইবাৰৰ ইউপিএছচিত স্থান দখল সক্ষম হোৱা তাপস বসুমতাৰী আৰু ফ্ৰমান ব্ৰহ্মৰ লগতে আন অতিথিসকলেও ছাত্র ছাত্ৰী সকলৰ পথ প্ৰদৰ্শন কৰে।
মুলতঃ দুখীয়া কিন্তু মেধাৱী ছাত্র ছাত্ৰী সকলক চৰকাৰী চাকৰিৰ উচ্চ পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাত সহায় কৰিবলৈ ২০১০ চনৰ পৰাই আবছুই এই প্ৰশিক্ষণৰ ব‍্যৱস্থা কৰি আহিছে। প্ৰশিক্ষণটোত অংশগ্ৰহণ কৰিব বিচৰা ছাত্র ছাত্ৰী সকলৰ পৰীক্ষা লোৱাৰ পাছত, ভাল প্ৰদৰ্শন কৰা পঞ্চাশ গৰাকীক প্ৰশিক্ষাৰ্থীক বিশেষ ভাৱে প্ৰশিক্ষণ দিয়াৰ ব‍্যৱস্থা কৰে আবছুএ।
Bite:- দীপেন বড়োConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.