ETV Bharat / state

অসম-মিজোৰাম সীমান্ত সংঘাত: দিল্লীত গৃহ মন্ত্ৰণালয়ৰ বিশেষ বৈঠক - home ministry

অসম-মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ৰে বৈঠকত মিলিত হ’ব দুয়ো ৰাজ্যৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান ৷

Assam Mizoram special meeting with home ministry about border issue on wednesday
অসম-মিজোৰাম সীমান্ত সংঘাত: দিল্লীত গৃহ মন্ত্ৰণালয়ৰ বিশেষ বৈঠক
author img

By

Published : Jul 28, 2021, 9:59 AM IST

নিউজ ডেস্ক, 28 জুলাই:

  • আজি দিল্লীত অনুষ্ঠিত হ’ব অসম আৰু মিজোৰামৰ মাজত বিশেষ বৈঠক
  • ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে দিল্লীত উপস্থিত হৈছে দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই আলোচনাত ভাগ লোৱাৰ সম্ভাৱনা
  • দুয়োখন ৰাজ্যৰ মাজত বিগত কিছুদিন ধৰি চলি আছিল সীমা সংঘাত
  • সোমবাৰে বিয়লি ব্যাপক ৰূপ লয় এই সংঘাতে
  • মিজোৰামৰ ফালৰ পৰা কৰা গুলিবৰ্ষণত নিহত হয় ছয়গৰাকী আৰক্ষীৰ লগতে এজন সাধাৰণ লোক
  • এই ঘটনাত কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বালকাৰ বৈভৱ চন্দ্ৰকান্ত গুৰুতৰভাৱে আহত হৈছে
  • ইতিমধ্যে সংঘাত সন্দৰ্ভত দুয়োৰাজ্যৰ চৰকাৰ পক্ষই পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে
  • এই সীমা সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে দিল্লীত জৰুৰীভাৱে আহ্বান কৰা হৈছে এই বৈঠকখন

লগতে পঢ়ক: প্ৰয়োজনত প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.