ETV Bharat / state

হাজোত বিধায়িকাৰ প্ৰতিমূৰ্তি দাহ

author img

By

Published : May 21, 2019, 11:02 PM IST

শ্বহীদ সত্যনাথ গাঁও পঞ্চায়ত, কলিতাকুছি গাঁও পঞ্চায়ত, শনিযাদি গাঁও পঞ্চায়ত আৰু বৰ্নি গাঁও পঞ্চায়তখন নতুনকৈ প্ৰস্তাৱিত কঞা উন্নয়ন খণ্ডত সংযোগ কৰিব বিচৰাৰ প্ৰতিবাদত হাজো আঞ্চলিক ছাত্ৰ সন্থাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পুত্তলিকা দাহ কৰে৷

হাজোত বিধায়িকাৰ প্ৰতিমূৰ্তি দাহ

হাজো, 21 মেঃ হাজোৰ দিহিনাত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পুত্তলিকা দাহ | হাজো উন্নয়ন খণ্ডৰ চাৰিখন পঞ্চায়ত কৰ্তন কৰিব বিছৰাৰ প্ৰতিবাদত হাজো আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে | শ্বহীদ সত্যনাথ গাঁও পঞ্চায়ত, কলিতাকুছি গাঁও পঞ্চায়ত, শনিযাদি গাঁও পঞ্চায়ত আৰু বৰ্নি গাঁও পঞ্চায়তখন নতুনকৈ প্ৰস্তাৱিত কঞা উন্নয়ন খণ্ডত সংযোগ কৰিব বিচৰাৰ প্ৰতিবাদত হাজো আঞ্চলিক ছাত্ৰ সন্থাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পুত্তলিকা দাহ কৰে৷

Slug- হাজোত বিধাযিকাৰ প্ৰতিমূৰ্তি দাহ আছুৰ।

হাজো উন্নয়ন খন্ডৰ পৰা চাৰিটা পঞ্চায়ত কৰ্তন কৰিব বিচৰাত হাজোৰ বিধাযিকা সুমন হৰিপ্ৰিযাই প্ৰতিমুৰ্তি জ্বলালে হাজো আঞ্চলিক ছাত্ৰ সন্হাই

Script-হাজোৰ দিহিনাত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পুত্তলিকা দাহ | হাজো উন্নয়ন খণ্ডৰ চাৰিখন পঞ্চায়ত কৰ্তন কৰিব বিছৰাৰ প্ৰতিবাদত হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰে |শ্বহীদ সত্যনাথ গাও পঞ্চাযত,কলিতাকুছি গাও পঞ্চাযত,শনিযাদি গাও পঞ্চাযত আৰু বৰ্নি গাও পঞ্চাযত চাৰিখন নতুনকৈ প্ৰস্তাবিত কঞা উন্নয়ন খন্ডত সংযোগ কৰিব বিছৰাৰ প্ৰতিবাদত হাজো আঞ্চলিক ছাত্ৰ সন্হাৰ এই প্ৰতিবাদ।অসম চৰকাৰ হায হায বিধাযিকা সুমন হৰিপ্ৰিযা হায হায আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।উল্লেখ্য যে বিধাযিকা সুমন হৰিপ্ৰিযাই 20/2/2018 তাৰিখে বিভাগীয কৰ্ত্তৃপক্ষৰ আৰু অসমৰ মুখ্যমন্ত্ৰী লৈ পত্র লিখিছিল।সেই কথা গম পায স্হানীয ৰাইজৰ সহযোগত আছুযে জ্বলালে বিধাযিকাৰ প্ৰতিমূৰ্তি। চৰকাৰ তথা বিধাযিকালৈ আছুৰ আহ্বান সমস্যা সমধান নকৰিলে গনতান্তিক  আন্দোলন কৰিব আছুযে।
Byte-আছু নেতা 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.