ETV Bharat / state

IIT ত পথ সুৰক্ষা সজাগতাৰ কৰ্মশালা - পথ সুৰক্ষা

দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান IIT ত কামৰূপ জিলা পৰিবহন বিভাগৰ পথ সুৰক্ষা সজাগতাৰ কৰ্মশালা । জিলা পৰিবহণ বিষয়া গৌতম দাস লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এই অনুষ্ঠানত উপস্থিত থাকে ।

IITত পথ সুৰক্ষা সজাগতাৰ কৰ্মশালা
author img

By

Published : Aug 3, 2019, 9:23 PM IST

গুৱাহাটী, 3 আগষ্টঃ গুৱাহাটীৰ IIT ত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত, জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা সজাগতা কৰ্মশালা অনুষ্ঠান । জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত অনুষ্ঠিত হয় এই কৰ্মশালাৰ ৷

IITত পথ সুৰক্ষা সজাগতাৰ কৰ্মশালা

জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত অনুষ্ঠিত কৰ্মশালা খনিত উপস্থিত থাকে বিভিন্ন বিদ্যালয় -মহাবিদ্যালয়ৰ অধ্যক্ষ । বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকক দিয়া হয় পথ সুৰক্ষা সজাগতা সম্পৰ্কত কেতবোৰ দিহা পৰামৰ্শ । মূলত পথ দুৰ্ঘটনাৰ ভয়াৱহতা আৰু এই ভয়াৱহতাই সমাজ তথা দেশলৈ মাটি অনা ব্যাধি সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক সজাগ আৰু সচেতন কৰি তোলাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৰুত্বপূৰ্ণ ভাষণ ৰাখে ৷ সকলো বিদ্যালয়,মহাবিদ্যালয়ত পথ দুৰ্ঘটনাৰ সন্দৰ্ভত শিক্ষক সকলক পাঠদান দিবলৈ আহ্বান জনায় ৷ এই অনুষ্ঠানত IIT গুৱাহাটীৰ সঞ্চালক টি জি চিঠাৰামকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীৰ উচ্চ পদস্থ লোকৰ লগতে জিলা পথ সুৰক্ষা সমিতি, কামৰূপৰ সদস্য সচিব তথা জিলা পৰিবহণ বিষয়া গৌতম দাস উপস্থিত থাকে ।

Intro:দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান IIT গুৱাহাটীত কামৰূপ জিলা পৰিবহন বিভাগৰ পথ সুৰক্ষা সজাগতাৰ কৰ্মশালা।জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত অনুষ্ঠিত কৰ্মশালা খনিত উপস্থিত থাকে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় অধ্যক্ষ।বিভিন্ন বিদ্যালয় মহাবিদ্যালয় অধ্যক্ষ
প্ৰধান শিক্ষকক দিয়া হয় পথ সুৰক্ষা সজাগত সম্পৰ্কত
কেতবোৰ দিহা পৰামৰ্শ।

Body:কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শন ৰ সহযোগত পথ
দুঘতনাৰ ভয়াৱহতা আৰু এই ভয়াৱহতাই সমাজ তথা দেশলৈ মাটি অনা বাধি সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক সজাগ
আৰু সচেতন কৰি তোলাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

Conclusion:IIT গুৱাহাটীৰ সঞ্চালক টি জি চিঠাৰামকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীৰ উচ্চ পদস্থ লোকৰ লগতে জিলা পথ সুৰক্ষা সমিতি, কামৰূপৰ সদস্য সচিপ তথা জিলা পৰিবহণ বিষয়া গৌতম দাস লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এই অনুষ্ঠানত উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.