ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : May 9, 2019, 7:58 PM IST

উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰে জেট এয়াৰৱেজ অনিৰ্দিষ্টকাললৈ ভাৱে বন্ধ কৰি থৈছে । যাৰ ফলত অন্ধকাৰ নামি পৰিছে সকলো কৰ্মচাৰীৰ পৰিয়াললৈ

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

কামৰূপ, 9 মেঃ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বৰ্তমানো অব্যাহত আছে জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ। বৃহস্পতিবাৰে কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ'ল বৰঝাৰ বিমানবন্দৰ। সমগ্ৰ ভাৰতবৰ্ষত ২৬ হাজাৰ কৰ্মচাৰীক প্ৰায় ৩ মাহ ধৰি প্ৰাপ্য দৰমহা প্ৰদান নকৰাৰ বাবেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে।

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰে জেট এয়াৰৱেজ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি থৈছে। যাৰ ফলত অন্ধকাৰ নামি আহিছে কৰ্মচাৰী সকলৰ পৰিয়াল সমূহলৈ। এতিয়া দিগ-বিদি্ক হেৰুৱাই পেলাইছে কৰ্মচাৰীসকলৰ পৰিয়ালৰ লোকসকলে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰী সকলে ৷ ইয়াৰোপৰি বিমান বন্দৰৰ পৰা ভি আই পি ৰোডলৈ এক প্ৰতিবাদী সমদলো উলিয়াই প্ৰতিবাদকাৰীসকলে ৷

Slug:-As_kam_9may_jet_employees_protest_801-803_as10020

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ । জেট এয়াৰৱেজ মুৰ্দাবাদ ধব্বনিৰে উত্তাল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ ।

Vo..ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এতিয়াও অব্যাহত আছে জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ । আজিও কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ'ল বৰঝাৰ বিমানবন্দৰ । সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২৬ হাজাৰ কৰ্মচাৰীক প্ৰায় ৩ মাহ ধৰি প্ৰাপ্য দৰমহা প্ৰদান নকৰাৰ বাবে এই প্ৰতিবাদ । উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰে জেট এয়াৰৱেজ অনিয়মিত ভাৱে বন্ধ কৰি থৈছে । যাৰ ফলত অন্ধকাৰ নামি পৰিছে সকলো কৰ্মচাৰীৰ পৰিয়াললৈ । এতিয়া দীগ-বিদিক হেৰুৱাইছে সকলো পৰিয়ালে । চৰকাৰৰ এই হঠকাৰী সিন্ধান্তৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

Bite1..

এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জেট এয়াৰৱেজ গ' মুৰ্দাবাদ,আমাৰ প্ৰাপ্য দৰমহা আদায় দিয়ক আদি ধব্বনিৰে উত্তাল কৰে বিমানবন্দৰ । বিমানবন্দৰৰ পৰা ভি আই পি চকলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে কৰ্মচাৰী সকলে ।

Bite2..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.