ETV Bharat / state

বকোত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ঘৰৰ বাল্ব লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ প্ৰথম অৱস্থাত গুৰুতৰভাৱে আহত হয় ৰাতুল বড়ো নামৰ যুৱকজন। ঘটনা সংঘটিত হোৱাৰ পাছত যুৱকজনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়

author img

By

Published : May 17, 2019, 10:55 PM IST

বকোত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

কামৰূপ,17মে': বকো টাংগাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু ৷ ঘৰৰ বাল্ব লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ প্ৰথম অৱস্থাত গুৰুতৰ ভাৱে আহত হয় ৰাতুল বড়ো নামৰ যুৱকজন। ঘটনা সংঘটিত হোৱাৰ পাছত যুৱকজনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । চিকিৎসকে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটী জিএমচিএইছ লৈ প্ৰেৰণ কৰে। কিন্তু বৃহস্পতিবাৰে নিশা বিদ্যুৎস্পৃষ্ট ৰাতুল বড়োক মৃত ঘোষণা কৰে চিকিৎসকে ৷

Intro:Body:Updated_বকো টাংগাবাৰীত ঘৰৰ বাল্ব এটা লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হয় ৰাতুল বড়ো নামৰ এজন যুৱক। ঘটনা সংঘটিত হোৱাৰ পিছত যুৱকজনক ততাতয়াকৈ বতো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই। চিকিৎসকে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও তেওঁৰ উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হস্পিতাল লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ৰাতুল বড়োৰ ঘৰ বকোৰ চন্দ্ৰাত আৰু যোৱাকালিয়ে যুৱকজনে তেওঁৰ মোমায়েকৰ ঘৰ টাংগাবাৰীলৈ গৈছিল। ৰাতুল বড়োৰ মামী নৰ্মদা বড়োই জনাই যে ৰাতুলে ঘৰৰ বাল্ব এটা নজ্বলাৰ বাবে মেৰামতি কৰি থকাৰ অৱস্থাত হঠাৎ বিদ্যুৎস্পৃষ্ট হয় আৰু লগে লগে ৰাতুলে তেওঁক চিঞৰি মাতে আৰু তেওঁক গুচাই দিবলৈ কয়। গতিকে, তেওঁ চকী এখনৰে ৰাতুলক কোবাই দিয়াত ৰাতুল মাটিত ঢলি পৰে আৰু লগে লগে তেওঁক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই।
গুৱাহাটী মেডিকেল কলেজ হস্পিতাল যোৱা নিশাই ৰাতুল বড়োক মৃত ঘোষণা কৰে। বৰ্তমান বকো আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাল লৈ প্ৰেৰণ কৰিছে। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.